মেৰী কুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Cleanup|উদ্ধৃতি}}
 
{{Infobox scientist
| name = মেৰী স্ক্লডভ্‌স্কা-কুৰী <br/> Marie Skłodowska-Curie
Line 41 ⟶ 39:
মাৰিয়াৰ পিতৃ গণিত আৰু পদাৰ্থবিদ্যাৰ শিক্ষক আছিল লগতে তেখেত ৱাৰ্ছত থকা দুই শিক্ষাশালাৰ পৰিচালকো আছিল।<ref name="Marie Curie&nbsp;— Polish Girlhood (1867–1891)"/> ৰুছ শাসকে বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা বাতিল কৰাৰ পাছত বিদ্যালয়ৰ পৰীক্ষাগাৰৰ সৰঞ্জামসমূহ মেৰিয়াৰ পিতৃয়ে ঘৰলৈ লৈ আনে, আৰু ঘৰতে ল'ৰা-ছোৱালীক তাৰ ব্যৱহাৰেৰে শিক্ষা দিবলৈ আৰম্ভ কৰে।<ref name="Marie Curie&nbsp;– Polish Girlhood (1867–1891)">{{cite web |url=http://www.aip.org/history/curie/polgirl1.htm |title=Marie Curie&nbsp;– Polish Girlhood (1867–1891) Part 1 |publisher=American Institute of Physics |accessdate=7 November 2011 |archive-url=https://web.archive.org/web/20111102131239/http://www.aip.org/history/curie/polgirl1.htm |archive-date=2 November 2011 |url-status=live }}</ref> পোলেণ্ডৰ প্ৰতি থকা অত্যধিক আনুগাত্যৰ ৰুছী চৰকাৰে তেখেতক চাকৰিৰপৰা বৰ্খাস্ত কৰে। এনে অৱস্থাত পৰিয়ালৰ ভৰণ-পোষণৰ বাবে তেওঁলোকে নিজৰ ঘৰতে পেয়িং গেষ্ট ৰখাৰ ব্যৱস্থা কৰি আয় বৃদ্ধি কৰাৰ চেষ্টা কৰে।<ref name="Marie Curie&nbsp;— Polish Girlhood (1867–1891)"/>
 
মাৰিয়াৰ মাতৃয়ে এখন সন্মানীয় আৱাসিক বিদ্যালয় চলাই আছিল। মাৰিয়াৰ জন্মৰ পাছতে তেখেতে চাকৰিৰপৰা অব্যাহতি লয়। মাৰিয়াৰ ১২ বছৰ বয়সত যক্ষ্মা ৰোগত ভূগি মাকৰ মৃত্যু হয়। মাকৰ মৃত্যুৰ ২ বছৰ আগতে মাৰিয়াৰ ডাঙৰ বায়েক জ'ফিয়াৰ মৃত্যু হৈছিল। সৰুতেই দেখা এই দুই মৃত্যুৱে ভগৱানৰ প্ৰতি থকা মাৰিয়াৰ বিশ্বাসত বাধা প্ৰদান কৰে আৰু মাৰিয়া [[অজ্ঞেয়বাদ|অজ্ঞেয়বাদী]] (agonstic) হৈ পৰে।<ref name="Marie Curie">{{Cite book |author=Robert William Reid|title=Marie Curie|url=http://books.google.com/books?id=p81XAAAAYAAJ|accessdate=2 August 2012|year=1974|publisher=New American Library|page=6|isbn=0002115395| quote = Unusually at such an early age, she became what T.H. Huxley had just invented a word for: agnostic.}}</ref>
 
দহ বছৰ বয়সত মাৰিয়াই আৱাসিক বিদ্যালয় এখনত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰে। ১২ জুন ১৮৮৩ চনত সোণৰ পদক লাভেৰে তেওঁ স্কুলীয়া জীৱন শেষ কৰে।<ref name="psb111"/> ইয়াৰ পাছতে তেওঁ শাৰীৰিক অসুবিধাৰ বাবে (খুৱ সম্ভৱ তেওঁ [[ডিপ্ৰেছন]]ত ভূগিছিল) এটা বছৰ তেওঁ পিতৃৰ ফালৰ অঙহী-বঙহীৰ লগত গাঁওত কটায়।<ref name="Marie Curie&nbsp;— Polish Girlhood (1867–1891)"/> গাঁৱৰ পাছৰ এটা বছৰ তেওঁ দেউতাকৰ লগতে থাকি শিক্ষাদানৰ কাম কৰে।<ref name="psb111"/> স্ত্ৰী হোৱা হেতুকে তেওঁ ইচ্ছা থকা স্বত্তেও উচ্চ-শিক্ষাৰ বাবে আগবাঢ়িব পৰা নোৱাৰি, মেৰিয়া আৰু বায়েক ব্ৰনিস্লাৱাই 'ফ্লায়িং বিশ্ববিদ্যালয়'ত যোগদান কৰে। এই বিশ্ববিদ্যালয়ে ৰুছিয়ান শাসনৰ বিৰোধিতা কৰি প'লিছ স্বাভিমানৰ বিষয়ে পঢ়ুৱাইছিল, লগতে স্ত্ৰী-শিক্ষাৰ বাবেও যত্ন কৰিছিল।<ref name="psb111"/><ref name="Marie Curie&nbsp;— Polish Girlhood (1867–1891)"/>
Line 101 ⟶ 99:
##মেৰীৰ বৰ জীয়েক আইৰিনে বিয়া কৰায় তৰুণ বিজ্ঞানী ফ্ৰেডৰিক জোলিয়টক। কুৰী দম্পতিৰ গৱেষনাৰ কাম-কাজ তেওঁলোকে আৰু এঢাপ আগবঢ়াই নিয়ে। ১৯৩৫ চনত তেওঁলোকেও নোবেল পুৰস্কাৰ লাভ কৰে।
==মৃত্যু==
ইয়াৰ পিছত আহিল ১৯৩৮ চন। আজীৱন ৰেডিয়াম লৈ অহৰহ কাম কৰি যোৱা মেৰীয়ে অৱশেষত নিজেই তেজষ্ক্ৰিয়তাৰ চিকাৰ হ’ল সেইআৰু ১৯৩৮ চনত মৃত্যু হয়।<ref name="psb113">{{cite book|title=Polski słownik biograficzny, vol. 4|page=113|first=Tadeusz|last=Estreicher|authorlink=Tadeusz Estreicher|language=Polish|chapter=Curie, Maria ze Skłodowskich|year=1938|title-link=Polski słownik biograficzny}}</ref><ref name="iuniverse">{{cite book|first=Carl|last=Rollyson|title=Marie Curie: Honesty In Science|url=https://books.google.com/books?id=PinksBysPJwC|date=2004|publisher=iUniverse|page=x|isbn=978-0-595-34059-0|access-date=7 September 2015|archive-url=https://web.archive.org/web/20151124162132/https://books.google.com/books?id=PinksBysPJwC|archive-date=24 বছৰতে।November 2015|url-status=live}}</ref>
 
==স্বাক্ষৰ==
তেওঁৰ বিজ্ঞানচৰ্চ্চাৰ মহান কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থ-''ৰেডিঅ একটিভিটি'' বা তেজষ্ক্ৰিয়তা সম্পৰ্কীয় অতুলনীয় গ্ৰন্থখন প্ৰকাশ পায় মেৰীৰ মৃত্যুৰ এবছৰৰ পিছত।
 
==টোকা==
{{Notelist}}
 
==তথ্যসংগ্ৰহ==
* আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা কনকসেন ডেকা।
{{reflist|30em|refs=
 
<ref name="Marie Curie">{{Cite book |author=Robert William Reid|title=Marie Curie|url=http://books.google.com/books?id=p81XAAAAYAAJ|accessdate=2 August 2012|year=1974|publisher=New American Library|page=6|isbn=0002115395| quote = Unusually at such an early age, she became what T.H. Huxley had just invented a word for: agnostic.}}</ref>
 
<ref name="gwiazdapolarna">{{cite journal|title=Mazowieckie korzenie Marii |journal=[[Gwiazda Polarna]] |date=21 June 2008 |volume=100 |issue=13 |pages=16–17 |url=http://www.gwiazdapolarna.com/czytaj.php?nr=813&cat=4&art=04-01.txt |accessdate=10 September 2012 |author=Wojciech A. Wierzewski |trans-title=Maria's Mazowsze Roots |url-status=dead |archiveurl=https://web.archive.org/web/20090321193811/http://www.gwiazdapolarna.com/czytaj.php?nr=813&cat=4&art=04-01.txt |archivedate=21 March 2009 }}</ref>
"https://as.wikipedia.org/wiki/মেৰী_কুৰী"ৰ পৰা অনা হৈছে