স্মৃতিৰ পৰশ (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
12 নং শাৰী:
| based on =
| narrator =
| starring = [[ব্ৰজেন বৰুৱা]]<br />নিভা বৰুৱা
| music =
| choreography =
| cinematography = নলীননলিন দুৱৰা
| editing = ৰমেশ যোশী
| studio =
26 নং শাৰী:
| gross =
}}
'''স্ম়তিৰ পৰশ''' ({{Lang-en|Smritir Parash}}) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।<ref name="arun">{{cite book | title=১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৫৮) | publisher=শশী শিশু প্ৰকাশন, গুৱাহাটী | author=অৰুণলোচন দাস | year=২০১৩}}</ref>
 
==কাহিনী==
 
==অভিনয় শিল্পী==
*[[ব্ৰজেন বৰুৱা ]]
ব্ৰজেন বৰুৱা নিভা বৰুৱা বিমলা বৰুৱা দুৰ্গেশ্বৰ বৰঠাকুৰ তুলসী গোবিন্দ বৰুৱা নিপ বৰুৱা, ৰম্ভা বৰুৱা ননী কাকতি ভৱানীপ্ৰসাদ বৰুৱা
*নিভা বৰুৱা (কমলী)
*বিমলা বৰুৱা (শিক্ষয়ত্ৰী)
*তুলসী গোবিন্দ বৰুৱা (অৰূপ)
*[[নিপ বৰুৱা ]]
*[[দুৰ্গেশ্বৰ বৰঠাকুৰ]], ৰম্ভা বৰুৱা, ননী কাকতি, ভৱানীপ্ৰসাদ বৰুৱা, যদু বৰা, গিৰিণ বৰুৱা<ref name="atul">{{Cite book |title=মঞ্চলেখা, পৃষ্ঠা ৩১২, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭}}</ref><ref name="arun" />
 
==গীত==
ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল [[ব্ৰজেন বৰুৱা]]ই। সঙ্গীত পৰিচালক ৰুপে এয়া ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি। গীত আছিল সাতটা; ইয়াৰে দুটা হিন্দী গীত।<ref name="arun" /> এয়াই আছিল অসমীয়া ছবিত প্ৰথম হিন্দী গীতৰ সংযোজন। সেই সময়ৰ হিন্দীগীতৰ জনপ্ৰিয়তা দেখি ব্যৱসায়িক দৃষ্টিভঙ্গীৰে সঙ্গীত পৰিচালক ব্ৰজেন বৰুৱাই এনে ছবিখনত হিন্দীগীতৰ সংযোজন কৰিব পাৰে। ছবিখনৰ বহুকেইটা গীত তেতিয়া অতি জনপ্ৰিয় হৈছিল।<ref name="tafajjul">{{cite journal | title=সঙ্গীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা | author=[[তফজ্জুল আলি]] | journal=সাৰেগামা (পৃঃ ২৪) | year=জুন ২০০৬}}</ref> অসমীয়া ছবিত প্ৰথমবাৰৰ বাবে বিহুনাচ দেখুওৱা হৈছিল [[ৰুণুমী (চলচ্চিত্ৰ)| ৰুণুমী]] ছবিত; কিন্তু এই নাচ দেখুওৱা হৈছিল অতি কম সময়ৰ বাবে। 'স্মৃতিৰ পৰশ'ত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ এটা বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।<ref name="arun" /><ref>{{cite book | title=অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৪১) | publisher=বাণী মন্দিৰ, [[ডিব্ৰুগড়]] | author=বাবুল দাস | year=১৯৮৫}}</ref>
<ref>{{cite book | title=অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৪১) | publisher=বাণী মন্দিৰ, [[ডিব্ৰুগড়]] | author=বাবুল দাস | year=১৯৮৫}}</ref>
{| class="wikitable" width=80%
|-
Line 41 ⟶ 47:
! কণ্ঠ
|-
| ১ || টুনটুন কণমান আহা- সোণকণ পোনাকণ আহা ||[[কেশৱ মহন্ত ]]|| [ৰমেন বৰুৱা]], ননী কাকতি, বিভা বৰুৱা, গিৰিণ বৰুৱা
| ১ || || ||
|-
| ২ || আই আমাৰ কপালতে ৰঙা সেন্দুৰৰে তিলক আঁকি দিয়া || কেশৱ মহন্ত || ৰমেন বৰুৱা, ননী কাকতি
| ২ || || ||
|-
| ৩ ||অজান বেথাৰ লাগি শিহৰণ ঘনে ঘনে কঁপে হিয়া || কেশৱ মহন্ত || ৰমেন বৰুৱা
| ৩ || || ||
|-
| ৪ || অ' মোৰে দেহীটি ঐ, অ' মোৰে চেনাইটি ঐ (বিহু) || কেশৱ মহন্ত || ৰমেন বৰুৱা, গুণদা কাকতি, ননী কাকতি, বিভা বৰুৱা, গিৰিণ বৰুৱা
| ৪ || || ||
|-
| ৫ || তিৰিবিৰি কৰি থাকা তুমি, যেন মুকুতাৰে মণি ||[[দ্বিবন বৰুৱা]] || ব্ৰজেন বৰুৱা
| ৫ || || ||
|-
| ৬ || হেই চলক পৰে চান্দনী, ইক বহক পৰে ৰাগনী || [[বীৰেণ দত্ত ]]|| শ্যামল মিত্ৰ
| ৬ || || ||
|-
| ৭ || কিসী কি য়াদ মেঁ যাতি, চলী য়হ জিন্দেগী অপনী ||এম গৌতম || আল্পনা বন্দোপধ্যায়
| ৭ || || ||
|}
 
==তথ্য উৎস==
{{Reflist}}