শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
 
==পৰিধি==
* অসমৰ সাংস্কৃতিক সংগ্ৰহালয় / পূৰ্বজ্যোতি সংগ্ৰহালয় : যাদুঘৰটোত প্ৰায় ৪০০০টা শিল্প কলা আছে, যিবিলাক প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। তাৰ ভিতৰত থকা শিল্প কলাসমূহ হ'ল সত্ৰীয়া মুখা, সংগীত বাদ্য, টেৰাকোট্টা আৰু বোকাৰে বনোৱা শিল্প (মৃন্ময় শিল্প), বয়ন শিল্প আৰু পোছাক, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কূটিৰ শিল্প, খৰাহি আৰু কাঠৰ পৰা উত্পন্ন বস্তু, কাঁহ আৰু পিতলৰ বস্তু, শংকৰী কৃষ্টিৰ বস্তু আদি।<ref>{{cite web |title=পূৰ্বজ্যোতি সংগ্ৰহালয় |url=https://kalakshetra.assam.gov.in/as/information-services/%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%A4%E0%A6%BF-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A7%9F |website=kalakshetra |publisher=অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ}}</ref>
* অসমৰ সাংস্কৃতিক সংগ্ৰহালয়
* উন্মূক্ত প্ৰেক্ষাগৃহ (open-air theater)<!--The International Conventio, n Centre is for holding regular music, dance and drama programmes both at the State and national level. The Open Air Theatre with 2000 capacity and the Rang Ghar Bakori Manch provide a grand space for holding regular open air shows and programmes on folk festivals and traditional dance and drama.-->
* ললিত কলা ভৱন