সিজু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
20 নং শাৰী:
 
==ঔষধি গুণ==
হাত-ভৰিৰ আঙুলিত খুব বিষ হ'লে সিজুৰ মঙহাল কাণ্ডটো ফুটা কৰি আঙুলিত সুমুৱাই থ'লে (এই ৰোগবিধক উজনি অসমত আঙুলিপবা হোৱা বোলে) বিষ বহুখিনি নিৰাময় হয়৷ সিজু গছৰ পাত সিজাই ইয়াৰ ৰসত অলপমান কেঁচা নিমখ দি গৰমে গৰমে খালে বহুদিনীয়া কাঁহকাহ ভাল হোৱা দেখা যায়।<ref>ড° গায়ত্ৰী অগ্নিবৰা (খাৰঘৰীয়া) (১ - ১৫ ডিছেম্বৰ ২০১২). "কেকটাছ - এবিধ ৰসাল আৰু কৌতূহলী উদ্ভিদ". প্ৰান্তিক খণ্ড ৩২শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ৩২.</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/সিজু"ৰ পৰা অনা হৈছে