ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
5 নং শাৰী:
ডিব্ৰুগড় নামটো'ডিব্ৰু'(এখন নদীৰ নাম) আৰু 'গড়'(প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। ডিব্ৰুগড়ত প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ কাষত থকা ডিব্ৰু নৈৰ পাৰত এটি গড় বনুৱা হৈছিল।সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।
ইয়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়। তেওঁলোকে প্ৰথমতে অসমত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলৰ ব্যৱস্থা কৰিছিল।ইংৰাজে অসমৰ ডিব্ৰুগড়তে প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল।
 
ডিব্ৰুগড় স্থিত অসমৰ লোকসভা সমষ্টি/বিধানসভা সমষ্টিসহ- ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলীয়াজান,টিংখং, নাহৰকটীয়া, তিনিচুকীয়া,ডিগবৈ। অসম তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিব্ৰুগড়ৰ ডিগবৈত অৱস্থিত।ডিব্ৰুগড়ৰ দুলীয়াজানত প্ৰাকৃতিক গেছৰ প্ৰকল্প আছে।অসমৰ একমাত্ৰ গেছ ক্ৰেকাৰৰ প্ৰকল্প ডিব্ৰুগড়য় লেপেটকটাত আছে।
 
==নগৰৰ ৰূপ==
"https://as.wikipedia.org/wiki/ডিব্ৰুগড়"ৰ পৰা অনা হৈছে