ছাৰা বাৰ্নহাৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
 
'''ছাৰা বার্নহার্ট (Sarah Bernhardt)''' ({{IPA-fr|sa.ʁa bɛʁ.naːʁ}}; c. ২২/২৩ অক্টোবৰ ১৮৪৪ — ২৬ মার্চ ১৯২৩) আছিল এগৰাকী [[ফঁৰাছী]] মঞ্চ আৰু আৰু প্রথম অৱস্থাৰ চলচিত্রৰ অভিনেত্রী। এখেতক 'জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্রী' (the most famous actress the world has ever known).<ref name="gottlieb">{{cite web|url=http://www.nybooks.com/articles/20151|title=The Drama of Sarah Bernhardt|author=Gottlieb, Robert|accessdate=2007-10-18}}</ref> ১৮৭০ চনত বার্নহার্টে ফ্রান্সৰ মঞ্ছত অভিনয় আৰম্ভ কৰে, পাছলৈ সমগ্র ইউৰোপৰ মঞ্চত অভিনয় কৰাৰ উপৰিও আমেৰিকা মহাদেশতো অভিনয় কৰে। ট্রেজেদী চৰিত্রত তেখেতৰ অভিনয়ক এক ভগৱানৰ বুলি জ্ঞান কৰি সর্বসাধাৰণে তেখেতক 'স্বর্গীয় ছাৰা' (Divine Sarah) নাম দি লয়। তেওঁৰ অভিনয়ৰ ধাৰা অতি নাটকীয় হ'লেও জনপ্রিয়তাই তেখেতক জীবিত কালতে এক কিংবদন্তীত পৰিণত কৰিছিল।<ref>'Sarah Bernhardt', A Lucky Luke Comics, Backpage info.</ref>
 
==Notes==
Reflist{{}}
==References==
Reflist{{
<ref name="gottlieb"></ref>
}}