বিশ্ৰবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"Vishrava" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{Infobox deity
 
| type = হিন্দু
{{Infobox deity|type=Hindu|children=[[Kubera]], [[Ravana]], [[Kumbhakarna]], [[Vibhishana]], [[Khara (Ramayana)]], [[Dushan (Ramayana)]] [[Ahiravan]] and [[Surpanakha]].}}ঋষি বিশ্ৰবা (<nowiki>[[ইংৰাজী]]</nowiki> : Vishrava) : হ’ল ব্ৰহ্মাৰ পুত্ৰ <nowiki>[[ঋষি পুলস্ত্য]]</nowiki> (<nowiki>[[সংস্কৃত]]</nowiki> : पुलस्त्य)ৰ পুত্ৰ আৰু আগস্ত মুনিৰ ভাই৷ হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি৷ তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল৷ <nowiki>[[ভৰদ্বাজ মুনি]]</nowiki> ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা <nowiki>[[দেৱবৰ্ণিনী]]</nowiki>ক অৰ্পণ কৰিছিল৷ দেৱবৰ্ণিনীৰ ঔৰসত <nowiki>[[কুবেৰ]]</nowiki>ৰ জন্ম হয়৷ কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা৷
| father = [[ঋষি পুলস্ত্য]]
| spouse = [[দেৱবৰ্ণিনী]], [[কৈকেষী]], [[Pushpotkata]], [[Malini (Ramayana)|Malini]], [[Rakha]]
| children = [[কুবেৰ]], [[ৰাৱণ]], [[Kumbhakarna]], [[Vibhishana]], [[Khara (Ramayana)]], [[Dushan (Ramayana)]] [[Ahiravan]] and [[Surpanakha]].
}}
{{Infobox deity|type=Hindu|children=[[Kubera]], [[Ravana]], [[Kumbhakarna]], [[Vibhishana]], [[Khara (Ramayana)]], [[Dushan (Ramayana)]] [[Ahiravan]] and [[Surpanakha]].}}ঋষি বিশ্ৰবা (<nowiki>[[ইংৰাজী]]</nowiki> : Vishrava) : হ’ল ব্ৰহ্মাৰ পুত্ৰ <nowiki>[[ঋষি পুলস্ত্য]]</nowiki> (<nowiki>[[সংস্কৃত]]</nowiki> : पुलस्त्य)ৰ পুত্ৰ আৰু আগস্ত মুনিৰ ভাই৷ হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি৷ তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল৷ <nowiki>[[ভৰদ্বাজ মুনি]]</nowiki> ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা <nowiki>[[দেৱবৰ্ণিনী]]</nowiki>ক অৰ্পণ কৰিছিল৷ দেৱবৰ্ণিনীৰ ঔৰসত <nowiki>[[কুবেৰ]]</nowiki>ৰ জন্ম হয়৷ কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা৷
"https://as.wikipedia.org/wiki/বিশ্ৰবা"ৰ পৰা অনা হৈছে