বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
44 নং শাৰী:
}}
 
'''বেহুলা বা বেউলা ([[ইংৰাজী]] : Behula) :''' [[শিৱ পুৰাণ]], মনসামঙ্গলৰ প্রধান চৰিত্ৰ, [[চান্দ সদাগৰ]]ৰ অন্যতম পুত্ৰ [[লখিন্দৰ]]ৰ পত্নী।
 
চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তাৰ সতীৰ্থ ব্যৱসায়িক সাহাৰ কন্যা বেহুলাৰ জন্ম হয় সমসাময়ীক কালত। দুই শিশুৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে৷ লখিন্দৰৰ পিতৃ [[চন্দ্ৰবণিক]] বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী৷ তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে৷ ইপিনে শিৱৰ কন্যা [[মনসা দেৱী]] আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল৷
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে