গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 বাইট বিলোপ কৰা হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
 
[[চিত্ৰ:Milk glass.jpg|200px|right|thumb|এক গিলাচ গাখীৰ]]
'''গাখীৰ''' ({{lang-en|Milk}}) হ’ল [[স্তন্যপায়ী প্ৰাণী]]ৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ ।পদাৰ্থ। এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ ।আহাৰ। যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় ।হয়। শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক [[কলষ্ট্ৰাম]] (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে, যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে ।কৰে। প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল [[চৰ্বি]] বা ফেট, [[প্ৰ'টিন]] বা মাংসসাৰ, [[কেলছিয়াম]] আৰু [[ভিটামিন C]] । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ [[আম্লিক ধৰ্ম]]ৰ ।ৰ।
একাপ গাখীৰত (২৪০ মিলিলিটাৰ) থকা [[পুষ্টিকাৰক|পুষ্টিকাৰক পদাৰ্থ]]বোৰৰ পৰিমাণ তলত দিয়া তালিকাৰ দৰে -
{| class="wikitable"
7,177

টা সম্পাদনা