ৱেবছাইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎সামগ্ৰিক নিৰীক্ষণ: 'অনালাভকাৰী' প্ৰচলিত শব্দ৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
7 নং শাৰী:
ৱেবছাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক [[হোম পেজ]] (homepage) বুলি কোৱা হয়। URL সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু [[হাইপৰলিংক]]ৰ সহায়ত পঢ়ুৱৈ এজনে ৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে। কিছুমান ৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয়। তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেবছাইট, খবৰ বাতৰিৰ ৱেবছাইট, শিক্ষামূলক ৱেবছাইট, [[ভিডিঅ’ গেম]]ৰ ৱেবছাইট, [[ফাইল]] ছেয়াৰ কৰিব পৰা ৱেবছাইট, বাৰ্তাবাহক ৱেবছাইট, [[ই-মেইল]] যুক্ত ৱেবছাইট, [[চ’চিয়েল নেটৱ’ৰ্কিং]] ৱেবছাইট, [[ষ্ট’ক মাৰ্কেট]]ৰ খবৰ জনোৱা ৱেবছাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেবছাইট সমূহ পোৱা যায়।
==ইতিহাস==
চাৰ্ন (CERN) অৰ পদাৰ্থ বিজ্ঞানি [[টিম বাৰ্নাৰ্ছ লী]]<ref name='First page'>{{cite web | url=http://info.cern.ch/ |title=The website of the world's first-ever web server |accessdate=2008-08-30}}</ref>য়ে ১৯৯০ চনত [[ৱৰ্ল্ড ৱাইড ৱেব]] গঠন কৰিছিল। ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামুল্যবিনামূল্য বুলি ঘোষনাঘোষণা কৰিছিল।<ref name='w3c'>{{cite web|url=http://www.w3.org/History.html |title=A Little History of the World Wide Web |accessdate=2007-02-16 |last=Cailliau |first=Robert }}</ref>
 
==সামগ্ৰিক নিৰীক্ষণ==
প্ৰকাৰ অনুসৰি ৱেবছাইটসমূহক এনেদৰে ভাগ কৰিব পাৰি
"https://as.wikipedia.org/wiki/ৱেবছাইট"ৰ পৰা অনা হৈছে