বনফুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
যতীন্দ্ৰনাথ দুৱৰা (ইংৰাজী: Jatindra Nath Duwara) (১৮৯২-১৯৬৪) এজন প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল,পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ,আদি কবি সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
==বঁ‌টা==
'''বনফুল''' কবিতাপুথিখনৰ বাবে কবি [[যতীন্দ্ৰ নাথ দুৱৰা]]ই ১৯৫২ চনত [[সাহিত্য অকাডেমি বঁ‌টা]] লাভ কৰে।
==তথ্য সংগ্ৰহ==
 
"https://as.wikipedia.org/wiki/বনফুল"ৰ পৰা অনা হৈছে