বনফুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
==লেখকৰ পৰিচয়==
{{Main|যতীন্দ্ৰ নাথ দুৱৰা}}
[[যতীন্দ্ৰনাথ দুৱৰা (ইংৰাজী: Jatindra Nath Duwara)]] (১৮৯২-১৯৬৪) এজনএগৰাকী প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত[[কলিকতা]]ত [[লক্ষ্মীনাথ বেজবৰুৱাৰবেজবৰুৱা]]ৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত [[সাহিত্য অকাডেমি বঁটা]] পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত[[গুৱাহাটী]]ত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভাৰসভা]]ৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল,পাৰস্যৰ বিখ্যাত কবি [[ওমৰ খৈয়াম]], [[জাৰ্মান]] কবি [[হেইনৰিখ]],আদি কবি সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।<ref name="যতীন্দ্ৰনাথ দুৱৰা">{{cite book | title=পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ | publisher=অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ| author=ত্ৰিদিপ গোস্বামী | pages=৭৫, ৭৬, ৭৮}}</ref>
 
==বঁ‌টা==
'''বনফুল''' কবিতাপুথিখনৰ বাবে কবি [[যতীন্দ্ৰ নাথ দুৱৰা]]ই ১৯৫২ চনত [[সাহিত্য অকাডেমি বঁ‌টা]] লাভ কৰে।
"https://as.wikipedia.org/wiki/বনফুল"ৰ পৰা অনা হৈছে