ভূপাল দুৰ্ঘটনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
32 নং শাৰী:
<ref name="MandavilliUnfolding" /><ref name="convictions">{{cite news|url=http://news.bbc.co.uk/1/hi/world/south_asia/8725140.stm|title=Bhopal trial: Eight convicted over India gas disaster |date=7 June 2010|work=[[BBC News]]|accessdate=7 June 2010| archiveurl=https://web.archive.org/web/20100607185745/http://news.bbc.co.uk/1/hi/world/south_asia/8725140.stm| archivedate= 7 June 2010 | url-status=live}}</ref>
 
উৎস অনুসৰি মৃতকৰ সংখ্যা ভিন্ন যদিও চৰকাৰী তথ্য মতে তাৎক্ষণিক মৃত্যুৰ সংখ্যা ২,২৫৯ ৷ ২০০৮ চনত মধ্যপ্ৰদেশ চৰকাৰে ৩,৭৮৭ টা মৃতকৰ পৰিয়াললৈ আৰু ৫,৭৪,৩৬৬ পীড়িত লোকলৈ ক্ষতিপূৰণ আগবঢ়াইছে৷আগবঢ়াইছে ৷<ref name="rehabilitation1">{{cite web |url=http://www.mp.gov.in/bgtrrdmp/relief.htm |title=Madhya Pradesh Government : Bhopal Gas Tragedy Relief and Rehabilitation Department, Bhopal |publisher=Mp.gov.in |accessdate=28 August 2012 |url-status=dead |archiveurl=https://web.archive.org/web/20120518020821/http://www.mp.gov.in/bgtrrdmp/relief.htm |archivedate=18 May 2012 }}</ref> ২৬ বছৰৰ পিছত ৭ জুন, ২০১০ চনত আদালতে ৰায় নিদিয়া পৰ্যন্ত দূৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে যথেষ্ট মতবিৰোধ আছিল ৷ ভাৰত চৰকাৰ আৰু স্হানীয় সমাজকৰ্মীসকলৰ মতে শিথিল ব্যৱস্হাপনা আৰু বিলম্বিত তদাৰক বা ৰক্ষণাবেক্ষণৰ বাবে MIC টেংকলৈ পাইপেৰে পানীৰ উভতনি প্ৰবাহ হয় আৰু দূৰ্ঘটনাটোৰ সূত্ৰপাত হয় ৷ আনহাতে UCC মতে কোনো অসাধু ব্যক্তিৰ কূটাঘাতমূলক কামৰ বাবেহে টেংকিত পানী সোমায় MIC আৰু বৃহৎমাত্ৰাত নিগৰ্মন হয়
 
UCC আৰু কোম্পানীটোৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া ওৱাৰেন এণ্ডাৰছেনৰ বিৰুদ্ধে মাৰ্কিন যুক্তৰাষ্টৰ দেৱানী আৰু অপৰাধমূলক শাখাত এই গোচৰ তৰা হৈছিল৷ কিন্তু ১৯৮৬ আৰু ২০১২ চনৰ ভিতৰত আমেৰিকান আদালতে UCC ৰ অধীনৰ UCIL এটা স্বতন্ত্ৰ ভাৰতীয় কোম্পানী বুলি মত পোষণ কৰি বাৰম্বাৰ এই গোচৰ বাতিল কৰিছিল আৰু বিভিন্ন কাৰণত ভাৰতীয় আদালতলৈ