ইন্দ্ৰেশ্বৰ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
39 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
১৯৩০ চনৰ ১০ জানুৱাৰী তাৰিখে [[যোৰহাট জিলা]]ৰ গৰিয়াহাবিত ইন্দ্ৰেশ্বৰ শৰ্মাৰ জন্ম হয়। <ref name="নিয়মীয়া বাৰ্তা">{{cite news | url=| title=সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ দেহাৱসান| work=নিয়মীয়া বাৰ্তা| date=10 June 2020 | accessdate=10 June 2020 | author=নিয়মীয়া বাৰ্তা}}</ref> বৰ্তমান এই অঞ্চল যোৰহাটৰ লহপহীয়াত অৱস্থিত। তেওঁৰ পিতৃ গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃ চন্দ্রপ্রভা দেৱী। গোপাল চন্দ্ৰ শৰ্মা যোৰহাট সংগীত বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। শৈশৱৰ পৰায়ে তেওঁৰ সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল। সেয়ে আনুষ্ঠানিক শিক্ষা শেষ কৰি ১৯৪৭ চনত যোৰহাট সংগীত বিদ্যালয়ত যোগদান কৰে। ১৯৫২ চনত তেওঁ [[অসম চৰকাৰ]]ৰ পৰা 'মৰিচ কলেজ অফ হিন্দুন্থানী মিউজিক’ আৰু [[উত্তৰ প্ৰদেশ]]ৰ লক্ষ্ণৌত অৱস্থিত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ত [[বেহেলা]] শিক্ষাৰ বাবে ৬০ টকীয়া জলপানি লাভ কৰিছিল।<ref name ="জনমভূমি"/> তেওঁ ১৯৫৬-৫৭ চনৰ ভিতৰত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে তেওঁ বাদ্য বিশাৰদ স্বীকৃতি লাভ কৰা প্ৰথম অসমীয়া। সেইসময়ত তেওঁ বিখ্যাত [[তবলা]] ওস্তাদ মুন্না খানৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল।<ref name="নিয়মীয়া বাৰ্তা"/> তেওঁ লক্ষ্ণৌত শিক্ষা গ্ৰহণ কৰি থাকোঁতে ‘[[দৈনিক জনমভূমি|জনমভূমি]]’ৰ সংবাদদাতা ৰূপেও সেৱা আগবঢ়াইছিল৷
 
==কৰ্মজীৱন==