স্ফিংছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
'''স্ফিংছ'''ক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিল্পকলা বুলি বিশ্বাস কৰা হয়।৪৫০০ বছৰ পুৰণি শিল্পকলাটো ইজিপ্তৰ এক উল্লেখযোগ্য পিৰামিড [[গিজা]]ৰ কাষত অৱস্থিত। এটুকুৰা চূণৰ পাথৰত মহান স্ফিংছৰ নক্সা কটা হৈছে আৰু পৃথিৱীৰ ভিতৰতে ই এবিধ বিশাল প্রতিমা। দীঘে ২৪০ ফুট (৭৩ মিটাৰ) আৰু ৬৬ ফুট (২০ মিটাৰ) উচ্চতাৰে বিশ্বৰ সকলোতকৈ ডাঙৰ স্মৃতিসৌধবোৰৰ ভিতৰতে এবিধ হৈ বর্তি আছে। মহান স্ফিংছক এতিয়ালৈকে মানৱ নির্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিলৰ শিল্পকলা বুলি বিশ্বাস কৰা হয়। এই শিল্পকলা [[ইজিপ্ত]]ৰ পুৰণা সাম্ৰাজ্য খৃষ্টপূৰ্বখ্ৰীষ্টপূৰ্ব ২৬০৩-২৫ ৭৮ সময়ত ৰজা [[কাফৰে]]ৰ বাবে নিৰ্মাণ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। পৌৰাণিক কথা মতে স্ফিংছ হৈছে এটা সিংহৰ শৰীৰ আৰু এজন মানুহৰ শিৰৰ সৈতে এক সৃষ্টি আৰু প্রাচীন কালৰ পৰা এতিয়ালৈকে ই ইজিপ্তৰ এক চিহ্ন।
 
এই শিল্পকলা ইজিপ্তৰ পুৰণা সাম্রাজ্যৰ সময়ত (খৃষ্টপূৰ্ব ২৬০৩-২৫ ৭৮) ৰজা কাফৰেৰ বাবে নির্মাণ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।
"https://as.wikipedia.org/wiki/স্ফিংছ"ৰ পৰা অনা হৈছে