আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎আল্লাহৰ কিছু বৈশিষ্ট্য:: যতি চিহ্ন বহুওৱা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
6 নং শাৰী:
মুছলমানসকলে তেওঁলোকৰ [[সৃষ্টিকৰ্তা]]ক 'আল্লাহ' বুলি সম্বোধন কৰে। [[ইছলাম]]ৰ মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা [[তাওহিদ]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[কলিমা|শ্বাহাদাহ]] বোলা হয়। এইটো পাঠৰ মাধ্যমত [[মানুহ|মানুহে]] স্বীকাৰ কৰে যে, (এক) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু (দুই) [[মুহাম্মাদ|মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওৱাছাল্লাম]] তেওঁৰ প্ৰেৰিত বাণীবাহক। [[ছুৰা ইখলাছ]]ত আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে:
[قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}
# "কওঁককওক, তেওঁ আল্লাহ, এক, একক।
# আল্লাহ অমুখাপেক্ষী।
# তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই।
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে