চুৰেম্‌ফা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Disambiguation টেগ
No edit summary
87 নং শাৰী:
{{আহোম ৰাজবংশ}}
 
'''চুৰেম্‌ফা''' (ৰাজত্বকাল ১৭৫১–১৭৬৯), বা '''স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ''' আছিল [[ৰুদ্ৰসিংহ|স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ]] চতুৰ্থ পুত্ৰ আৰু আহোম সাম্ৰাজ্যৰ এজন ৰজা। তেওঁৰ ভ্ৰাতৃ তথা পূৰ্বসূৰী স্বৰ্গদেৱ [[প্ৰমত্তসিংহ]]ৰ দেহাৱসানৰ পিছত প্ৰচলিত নিয়ম-নীতিৰ মাজেৰে চুৰেম্‌ফা ৰাজপাটত উঠে। ৰুদ্ৰসিংহৰ তৃতীয় পুত্ৰ মোহনমালা গোহাঁইৰ মুখমণ্ডলত [[বৰআই]]ৰ দাগ থকাৰ বাবে আহোম ৰাজ্যৰ নিয়মমতে তেওঁ ৰজা হ'ব নোৱাৰিছিল। ৰাজপাটত বহিয়েই নতুন ৰজাই মোহনমালা গোহাঁ‌ইক নামৰূপীয়া ৰজা পাতি ৰাজধানীৰ পৰা আঁ‌তৰাই পঠায়। ৰাজত্বকালৰ আৰম্ভণিতেই ৰাজধানী স্থানান্তৰক কেন্দ্ৰ কৰি আহোম দেওধাই আৰু হিন্দু পুৰোহিতসকলৰ মাজত মতান্তৰ হয়। দেওধাইসকলে টাইমুঙত নতুন ৰাজধানী পাতিবলৈ পৰামৰ্শ দিয়াৰ বিপৰীতে হিন্দু পুৰোহিতসকলে [[ৰংপুৰ (আহোম ৰাজধানী)|ৰংপুৰ]]ৰ নাম প্ৰস্তাৱ কৰে। চুৰেম্‌ফাই ৰংপুৰক নতুন ৰাজধানীৰূপে নিৰ্বাচিত কৰে। সেয়ে হ'লেও তেওঁ ৰংপুৰৰ লগতে টাইমুঙতো পকী কাৰেং সাজে।
 
==ৰাজত্বকাল==
"https://as.wikipedia.org/wiki/চুৰেম্‌ফা"ৰ পৰা অনা হৈছে