চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমত শকাব্দৰ প্ৰচলনৰ তথ্য সংযোগ কৰা হ'ল
27 নং শাৰী:
==শাসনকাল==
{{আহোম ৰাজবংশ}}
স্বৰ্গদেৱ চুহুংমুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যাদাৰে [[বৰপাত্ৰগোহাঁইবৰপাত্ৰগোহাঁ‌ই]] পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে [[শদিয়া]] আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।<ref name="bharatar"/><ref name="asom"/>
 
এওঁৰ দিনতে [[কছাৰী ৰাজ্য]]ৰ নগাঁৱৰ অংশ আৰু [[চুটীয়া ৰাজ্য]] আহোম ৰাজ্যৰ ভিতৰুৱা হয়।<ref name="asom"/> ১৫৩২ চনত বংগৰ সেনাপতি [[তুৰ্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্ৰাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্ৰগোঁহাই]]ৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোৱা নদী]] দুই ৰাজ্যৰ সীমা হয়।