ভাষা-বিজ্ঞান (গ্ৰন্থ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
24 নং শাৰী:
| publisher = মণি-মাণিক প্ৰকাশ
| publisher2 =
| pub_date =
| english_pub_date =
| published =
44 নং শাৰী:
}}
'''ভাষা-বিজ্ঞান''' ({{lang-en|Bhasha Vijnan}}) লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক [[উপেন্দ্ৰনাথ গোস্বামী|ড° উপেন্দ্ৰনাথ গোস্বামী]]ৰ দ্বাৰা ৰচিত এক উচ্চস্তৰৰ অসমীয়া [[ভাষাবিজ্ঞান]] বিষয়ক গ্ৰন্থ৷
১৯৬৩-৬৪ চনত স্নাতক-মহলাত ভাষাবিজ্ঞান সম্পৰ্কীয় নতুন পাঠ-ক্ৰমৰ প্ৰচলন হোৱাত তেতিয়া পাঠ-ক্ৰমৰ বাবে ইংৰাজী বা আন কিতাপত আটাইখিনি কথা পোৱা নোযোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ এই অসুবিধাৰ মাজত বিষয়টোৰ অধ্যাপনাৰ কাম চলাওঁতে বিজ্ঞানসন্মত ভাষা বিষয়ক প্ৰাথমিক কেতবোৰৰ বিষয়ে অসমীয়া কিতাপ এখনৰ অভাৱ অনুভৱ কৰি গোস্বামীয়ে ১৯৬৪ চনত এই গ্ৰন্থখন ৰচনা কৰে৷<ref name="BVBook" />
|