টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
35 নং শাৰী:
 
[[চুটি গল্প]]কে আদি কৰি একাধিক প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক ধন্যবাদ জনাইছোঁ‌। শেহতীয়াকৈ সৃষ্টি কৰা [[কুটিল বা সিদ্ধমাতৃকা লিপি]] আৰু [[গুপ্তলিপি]] প্ৰবন্ধকেইটাত তথ্য উৎস সহজতে তথা সঠিকভাৱে যোগ দিবলৈ প্ৰুভ ইট সঁ‌জুলি ব্যৱহাৰ কৰিব পাৰে। এই বিষয়ে অধিক সহায়ৰ বাবে ৪:১৫ মিনিটৰ [https://m.youtube.com/watch?feature=youtu.be&v=c0qBi7RpZuU এই ভিডিঅ'টো] চাব পাৰে। আশাকৰোঁ‌ অসমীয়া ৱিকিপিডিয়ালৈ আপুনি আগলৈয়ো বৰঙনি আগবঢ়াই যাব। --<font color="#111E6C"><Big><Big>'''চ</Big></Big>ন্দন</font>&nbsp;<font color="#0E4D92">চিৰিং</font>&nbsp;<font color="#0080FF">ফুকন'''</font> 15:25, 14 July 2020 (ইউ.টি.চি.)
==ধ্বনি সম্পৰ্কে==
“ধ্বনি ব্যাকৰণ আৰু ধ্বনি একে নহয় ।হয়তো এইটো হ'ব পাৰে ধ্বনি ব্যাকৰণত ধ্বনিৰ বিষয়ে আলোচনা কৰা হয়। কিন্তু ধ্বনি সম্পৰ্কে এটা সুকীয়া পেজ থাকিব পাৰে ।য'ত থাকিব পাৰে ধ্বনিৰ সংজ্ঞা,ধ্বনিৰ বৈশিষ্ট্য,ধ্বনিৰ প্ৰকাৰ তথা ধ্বনিৰ সম্পৰ্কে আলোচনা কৰা বিভিন্ন পদ্ধতি । এইসমূহ ধ্বনি বিজ্ঞানটো অন্ত ভুক্ত কৰি ল'ব পাৰি ।কিন্তু ধ্বনি ব্যাকৰণ বুলি মই বিশেষকৈ পঢ়া নাই।” আপোনাৰ 'ধ্বনি' নামৰ পেজত দিয়া এই মন্তব্যটো পঢ়িলোঁ৷
 
'ধ্বনি ব্যাকৰণ' আৰু 'ধ্বনি' একে নহয়৷ ধ্বনি ব্যাকৰণ বুলি বিষয়ো হয়তো নাই! কিন্তু মন কৰিব 'ধ্বনি ব্যাকৰণ' বুলি নিলিখি 'ধ্বনি (ব্যাকৰণ)' বুলিহে ইয়াত লিখা হৈছে, যাতে ধ্বনিৰ মাজত কোনো খেলিমেলিৰ সৃষ্টি নহয়, কাৰণ ধ্বনিয়ে 'Sound' শব্দটোকো প্ৰতিনিধিত্ব কৰে৷ ইয়াত ধ্বনি মানে ব্যাকৰণৰ লগত জড়িত ধ্বনিৰ কথাটোকহে কোৱা হৈছে, যিটো আপুনি 'ধ্বনি' নামেৰে পেজ সৃষ্টি কৰিছিল সেয়া এই '[[ধ্বনি (ব্যাকৰণ)]]' নামৰ পৃষ্ঠাৰ লগত কোনো ধৰণৰ পাৰ্থক্য দেখা নগ’ল যাৰ বাবে বিলোপনৰ বাবে টেগ লগোৱা হৈছিল৷ যদি আপুনি ধ্বনি নামৰ পেজটো 'ধ্বনি (ব্যাকৰণ)' নামৰ পেজতকৈ পৃথক বুলি ভাবে তেন্তে পুনঃ সৃষ্টি কৰিব পাৰে৷ ধন্যবাদ৷ [[সদস্য:Kuldhar Rabha|কুলধৰ ৰাভা]] ([[সদস্য বাৰ্তা:Kuldhar Rabha|talk]]) 14:56, 23 July 2020 (ইউ.টি.চি.)