নাজিৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
64 নং শাৰী:
ভৌগোলিকভাৱে নাজিৰা {{Coord|26.92|N|94.73|E|}} ত অৱস্থিত৷ <ref>[http://www.fallingrain.com/world/IN/3/Nazira.html Falling Rain Genomics, Inc - Nazira]</ref> এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৩২ মিটাৰ ( ৪৩৩ ফুট)৷
 
==আন্ত:গাথঁনিগাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি,<ref>{{GR|India}}</ref> নাজিৰাৰ মুঠ জনসংখ্যা ১২,৪৬৬ জন৷ <ref>{{cite web|url=http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx |title=Population Finder |publisher=Censusindia.gov.in |date= |accessdate=2012-09-30}}</ref> ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷
 
নাজিৰাৰ গড় সাক্ষৰতাৰ হাৰ ৮১%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে-৮৪% আৰু ৭৮%৷
 
==যাতায়ত ব্যৱস্থা==
"https://as.wikipedia.org/wiki/নাজিৰা"ৰ পৰা অনা হৈছে