নৰকাসুৰ (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
1 নং শাৰী:
{{about|অসমীয়া চলচ্চিত্ৰখন|অতুল চন্দ্ৰ হাজৰিকা ৰচিত একেনামৰ নাটখন|নৰকাসুৰ (নাট)|পৌৰাণিক চৰিত্ৰটো|নৰকাসুৰ}}
{{more footnotes}}
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ]]
[[শ্ৰেণী:১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ]]
{{Infobox film
| name = নৰকাসুৰ
Line 31 ⟶ 28:
[[নিপ বৰুৱা]] পৰিচালিত আৰু পৌৰাণিক কথাছবি, 'নৰকাসুৰ'। মুক্তি দিয়া হৈছিল ১৯৬১ চনত। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত [[প্ৰাগজ্যোতিষপুৰ]]ৰ [[অসুৰ]] ৰজা [[নৰকাসুৰ ৰজা|নৰকাসুৰৰ]] উপৰিও বীৰ [[ঘটোৎকচ]] আৰু [[বাণৰজা]]ৰ কথাও আছে।
 
'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে [[গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ|গুৱাহাটী দূৰদৰ্শন]]ত দেখুওৱা হৈছিল।<ref name="arun1">{{cite book | title=বাৰ উভতি চাওঁ | publisher=শিশুসাৰথি প্ৰকাশন, গুৱাহাটী | author=দাস, অৰুণলোচন | year=২০০১}}</ref>
 
==নিৰ্মাণৰ আঁৰৰ কাহিনী==
Line 57 ⟶ 54:
*ইত্যাদি
 
==গীত==
 
'নৰকাসুৰ'ৰ সংগীত পৰিচালনা আছিল [[ব্ৰজেন বৰুৱা]]ৰ।<ref name="bolchabi">{{Cite book |authors=Babul Das |year=1985 |title=অসমীয়া বোলছবিৰ গীতৰ সংকলন |pages=85 |publisher=Bani Mandir, Dibrugarh |accessdate=2020-06-03}}</ref>
=='নৰকাসুৰ'ৰ গান==
{{Track listing
'নৰকাসুৰ'ৰ সংগীত পৰিচালনা আছিল [[ব্ৰজেন বৰুৱা]]ৰ।
| headline = গীতৰ শীৰ্ষ
 
| extra_column = কন্ঠশিল্পী
*নামে যৌৱন অলকানন্দা / তাৰ চৰণ ধ্বনি -- ''(কথা: [[কেশৱ মহন্ত]], কণ্ঠ: [[তৰুলতা দাস]], [[মিনু দাস]] আৰু [[মীৰা চেটাৰ্জী]])''
| lyrics_credits = yes
 
| total_length =
| title1 = নামে যৌৱন অলকানন্দা তাৰ চৰণধ্বনি ৰিনিজিনি শুনি ৰুণু জুন কিঙ্কিণী চন্দা
| extra1 = তৰুলতা দাস, মিনু দাস, মীৰা চেতাৰ্জী
| lyrics1 =[[কেশৱ মহন্ত]]
| length1 =
| title2 = শুনৰে চেকুৰা ক’তে যাবি মন তই উচুপি নাকান্দিবি
| extra2 = তৰুলতা দাস
| lyrics2 =[[কেশৱ মহন্ত]]
| length2 =
}}
==প্ৰসংগ==
* দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
==তথ্য উৎস==
 
{{Reflist}}
== অনান্য সংযোগ ==
# [[নৰকাসুৰ পাহাৰ]]
# [[নৰকাসুৰ ৰজা]]
 
{{-}}
{{অসমীয়া চলচ্চিত্ৰ}}
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ]]
[[শ্ৰেণী:১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ]]