ৱিকিপিডিয়া:Sandbox: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা

4 নং শাৰী:
অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন
-----------------------
পদুম ৰাজখোৱা
অসম সাহিত্য সভাৰ ৰঙীণ প্ৰতীকচিহ্ন সংবিধানত যেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল, তেতিয়া তাত থকা বন্তিগছৰ শিখাৰ ৰং ৰঙা আছিল । তাত থকা তৰাটোৰ ৰং সোণালী আছিল । মাজতে প্ৰতীকটো ভুলকৈ ব্যৱহাৰ হ'বলৈ ধৰিলে । শিখাৰ ৰং বগা হৈ পৰিল । বিশেষকৈ গুগলত বগা শিখাৰ প্ৰতীকটো থকাত মানুহে তাকেই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে । আচলতে বগা শিখাৰ প্ৰতীকটো অসম সাহিত্য সভাৰ সংবিধান অনুসৰি শুদ্ধ প্ৰতীক নহয় ।
বিদায়ী প্ৰধান সম্পাদক
পদুম ৰাজখোৱা
অসম সাহিত্য সভা