চাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.6.2) (robot Adding: ps:چای
6 নং শাৰী:
প্ৰচলন আছিল ।
 
[[চিত্ৰ:চাহ বাগিছা.JPG|thumb|right|200px|অসমৰ চাহ বাগিছা]]== অসম আৰু চাহ শিল্প ==
অসমৰ প্ৰায় দুই লাখ ত্ৰিশ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় আৰু প্ৰায় ৮৫০ খন চাহ বাগিছা ৰাজ্যখনত আছে ৷ পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদক অঞ্চল হিচাপে পৰিগণিত অসমৰ প্ৰায় দহ লাখ লোক চহচাহ উদ্যোগৰ লগত প্ৰত্যক্ষভাৱে জড়িত ৷
 
[[am:ሻይ]]
"https://as.wikipedia.org/wiki/চাহ"ৰ পৰা অনা হৈছে