ৰত্নাকৰ (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
29 নং শাৰী:
 
== কাহিনীৰ সাৰাংশ==
ছবিখনত জয়ন্ত নামৰ এজন ব্যক্তিৰ জীৱনৰ তিনিটা ভিন্ন পৰ্যায় দেখুওৱা হৈছে; এটা গুণ্ডাৰ লগতে এজন পাগল প্ৰেমিক আৰু এগৰাকী জীৰ দায়িত্ববহনকাৰী পিতৃৰ। জয়ন্তই নিজৰ একমাত্ৰ জীয়েকক পত্নীৰ আকস্মিক মৃত্যুৰ পিছত অতি কষ্টৰ মাজত ডাঙৰ দীঘল কৰিবলৈ আৰম্ভ কৰে। পূৰ্বে কৰা সকলো বেয়া কাম তেওঁ ত্যাগ কৰি দিছিল। কিন্তু অকস্মাতে জীয়েকক অপহৰণ কৰি নিয়ে জয়ন্তৰ প্ৰাক্তন মালিক তথা জয়ন্তৰ শহৰেকে যিয়ে দুয়োৰে বিয়াখনত সন্মতি দিয়া নাছিল আৰু নাতিনীয়েকক নিজৰ কাষত ৰাখিব বিচাৰিছিল। কিন্তু অৱশেষত তেওঁ পিতৃ-সন্তানৰ স্নেহৰ আগত পৰাজয়সেও স্বীকাৰমানিবলৈ কৰে।বাধ্য হয়।<ref>{{Cite web|url=http://rupaliparda.com/archives/6656|title=যতীন বৰাৰ সপোন “ৰত্নাকৰ”-|accessdate=১১ মে ২০২০}}</ref>
 
== অভিনয়ত ==