যোৰহাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
46 নং শাৰী:
}}
 
'''যোৰহাট''' [[ভাৰত]]ৰ উজনি [[অসম]]স্থিত এখন গুৰুত্বপূৰ্ণ চহৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া [[আহোম ৰাজবংশ]]ই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। [[ভোগদৈ নদী]]ৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই নগৰখনৰচহৰখনৰ নাম 'যোৰহাট' হয়৷<ref name=gov>{{cite web|title=About the Place | url=http://jorhat.nic.in/about-the-place.html | website=Jorhat.nic.in | accessdate=23 Nov 2011}}</ref> ''[[আহোম সাম্ৰাজ্য]]ৰ শেষ ৰাজধানী'' হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ 'ৰজা মৈদাম' আৰু 'ৰাজমাও পুখুৰী'কে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক ''অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ'' বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।{{cn}} অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী। ৰৰৈয়া যোৰহাটৰ বিমান বন্দৰ আনহাতে ৰেলৱে জংচন যোৰহাট আৰু মৰিয়নি। [[লাচিত বৰফুকন]]ৰ মৈদাম, [[অসম কৃষি বিশ্ববিদ্যালয়]], [[টোকোলাই চাহ গৱেষণা কেন্দ্ৰ]], '[[যোৰহাট জিমখানা ক্লাব]]' আদি যোৰহাটৰ উল্লেখযোগ্য স্থান।
 
==ভৌগোলিক বিৱৰণ==
61 নং শাৰী:
ব্ৰিটিছ শাসন যদিও নানা বিদ্ৰোহ, আন্দোলন আদিৰ পৰা মুক্ত নাছিল, তথাপিও, এই ঐতিহাসিক চহৰ খনৰ পুনৰ নিৰ্মাণত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য্য। তেওঁলোকৰ শাসনৰ প্ৰথম দশকতে ১৮৩৯ চনত [[গোমধৰ কোঁৱৰ]], [[পিয়লি ফুকন]], [[জীউৰাম দুলীয়া বৰুৱা]] আদিৰ নেত্বত্বত ব্ৰিটিছৰ বিৰূদ্ধে বিদ্ৰোহে গা কৰি উঠে। বিখ্যাত [[চিপাহী বিদ্ৰোহ]]ৰ কেন্দ্ৰ স্বৰূপ এই নগৰতে বিদ্ৰোহ দমন কৰাৰ নামত [[মণিৰাম দেৱান]]কে ধৰি ১৮৫৮ চনত বিদ্ৰোহৰ নেতাসকলক ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়।<ref>{{cite web|title=History | url=http://jorhat.nic.in/history.html |website=Jorhat.nic.in | accessdate=23 Nov 2011}}</ref>
 
১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়<ref name=gov></ref>। ১৮৮৫ চনত ব্ৰিটিছে স্থাপন কৰা নেৰ' গজ ৰেল সেৱা [[যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে]]ৰ জৰিয়তে যোৰহাটলৈ ৰেলসেৱাৰেলসেৱাৰ আৰম্ভসূচনা হয়। ১৯০৯ চনত যোৰহাট পৌৰসভা গঠন কৰা হয়।
 
==সংস্কৃতি আৰু গণ মাধ্যম==
"https://as.wikipedia.org/wiki/যোৰহাট"ৰ পৰা অনা হৈছে