আচল উত্তাড়ৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
49 নং শাৰী:
পাকিস্তানৰ প্ৰাৰম্ভিক সফলতা স্বত্তেও, শেষত এই যুদ্ধত ভাৰতে নিশ্চিত বিজয় লাভ কৰে। <ref name="Wilson83"/> পাকস্তানী সেনাৰ কমাণ্ডাৰ মেজৰ জেনেৰেল নাচিৰ আহমদ খানৰ যদ্ধক্ষেত্ৰতে মৃত্যু হয় <ref name=Wilson83 /> সমৰ বুৰঞ্জীবিদ ষ্টিফেন ঝালোগাৰ মতে, পাকিস্তানে স্বীকাৰ কৰে যে ১৯৬৫ চনৰ যুদ্ধত তেওলোকে ১৬৫ টেংক হেৰুৱাই আৰু তাৰ আধাতকৈয়ো বেছি কেৱল 'আচল উত্তাড়'তে ধ্বংস হয়। <ref name=Zaloga/>
পিছলৈ পাকিস্তানী সেনাৰ সৰ্বাধিনায়ক আৰু [[পাকিস্তানৰ ৰাষ্ট্ৰপতি]] পদত অধিষ্ঠ হোৱা জেনেৰেল [[পাৰভেজ মুশ্বাৰফ]] এ এই যু্দ্ধত এজন আৰ্টিলেৰী লিউটেনেণ্ট হিচাপে অংশ গ্ৰহণ কৰিছিল। এই যুদ্ধ [[আব্দুল কাদিৰ]] নামৰ বাৰতীয় সেনা জোৱান এজনৰ বীৰত্বৰ বাবেও বিখ্যাত। তেওক মৰণোত্তৰ ভাৱে [[পৰমবীৰ চক্ৰ]] (ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান) প্ৰদান কৰা হয়। তেও অসীম
এই যুদ্ধৰ স্মৃতি স্বৰূপে যুদ্ধক্ষেত্ৰখনত পেটন নগৰ স্থাপন কৰা হয়। এই স্থানতে পাকিস্তানি সেনাৰ এক বৃহৎ সংখ্যক টেংক ধ্বংস বা জব্দ কৰা হৈছিল<ref name="Zaloga"/>
|