এলনৱিক গাৰ্ডেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
বাক্য গাঁথনি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{Cleanup-translation}}
'''এলনৱিক গাৰ্ডেন''' বা '''এলনৱিক বাগিচা''' ({{lang-en|Alnwick Poison Garden}}) :''' ইংলেণ্ডৰ নৰ্থাম্বাৰলেণ্ডৰ এলনৱিক চহৰৰ এলনৱিক কাচলৰ সংলগ্ন এখন আনুষ্ঠানিক উদ্যান। ডিউকচ্ অৱ নৰ্থাম্বাৰলেণ্ডৰ অধীনত থকা এই উদ্যানবোৰৰ বহুতো ইতিহাস জড়িতহৈ আছে। একবিংশ শতিকাৰ পুনৰুদ্ধাৰৰ আৰম্ভণিতে এইবোৰ জীৰ্ণশীৰ্ণ অৱস্থাতে আছিল। এতিয়া বাগিচাখনত কেন্দ্ৰীয়ত পানীৰ ঝৰণাৰ লগতে বিভিন্ন ধৰণৰ উদ্ভিদ সজোৱা হৈছে।
 
এলনৱিক বাগিচাখন সৰু যদিও মাৰাত্মক বিষাক্ত বাগিচা। এই বাগিচাখনত প্ৰায় ১০০ বিধ বিষাক্ত, নিচাজাতীয় উদ্ভিদ আছে। বাগিচাখনৰ চাৰিওদিশ লোহাৰ দেৱালেৰে আবৃত। এই বিষাক্ত বাগিচাখন কেৱল গাইডেঞ্চ টুৰৰ বাবেহে খোলা। এই বাগিচাখনৰ উদ্ভিদ আদিক চুই চোৱা বা তাৰ গোন্ধ লোৱা নিষেধ।<ref>{{cite web|title=Alnwick Poison Garden|url=https://www.alnwickgarden.com/the-garden/poison-garden/|year=|website=alnwickgarden.com|accessdate=9 june 2020}}</ref>
 
বাগিচাখন বৰ্তমান চাৰিটেবল ট্ৰাষ্টৰ (charitable trust) অন্তৰ্গত, নৰ্থম্বাৰলেণ্ডৰযি ১২নৰ্থম্বাৰলেণ্ড ডিউকৰএষ্টেটৰ পৰা পৃথক হ’লেও ৪২একৰনৰ্থম্বাৰলেণ্ড ১২ ডিউকে ৪২ একৰ (১৭ হেক্টৰ) অংশ অনুদান দিছে আৰু পুনৰ নবীকৰণৰ ব্যয়ৰ বাবে ৯ মিলিয়ন ডলাৰ অবদানঅৱদান দিছে৷আগবঢ়াইছে৷
 
== পুনৰ্নিমাণ ==