অসম গণ পৰিষদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
19 নং শাৰী:
| symbol =[[File:Indian Election Symbol Elephant.png|100px]]<br>Elephant|125px]]
|বিধায়িনী দলৰ নেতা=অতুল বৰা}}
'''অসম গণ পৰিষদ''' ({{lang-en|Asom Gana Parishad}}) হ'ল [[অসম]]ৰ এক [[ৰাজনৈতিক দল]]। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে [[সদৌ অসম ছাত্ৰ সন্থা]]ৰ নেতৃত্বত হোৱা [[অসম আন্দোলন]]ৰ পৰিণতিত অসম গণ পৰিষদ গঠিত হৈছিল। বৰ্তমানলৈকে (২০১২ চন) অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি [[প্ৰফুল্ল কুমাৰ মহন্ত]]ৰ নেতৃত্বত অসম গণ পৰিষদে দুবাৰৰ বাবে [[অসম]]ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ১৯৮৫ চনত ঐতিহাসিক [[অসম চুক্তি]]ৰ পাছত প্ৰফুল্ল কুমাৰ মহন্ত দেশৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় আৰু অগপ প্ৰতিষ্ঠিত হয়। ১৯৮৫-১৯৮৯ আৰু ১৯৯৬-২০০১ কালছোৱাত দুবাৰ অগপই অসমত চৰকাৰ গঠন কৰে। কিন্তু ২০০৫ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দল বিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰ বাবে দলৰ পৰা বৰ্খাস্ত
হ'ব লগীয়া হয়। ২০০৬ চনত তেওঁ নিজ সমৰ্থকসকলৰ সৈতে মিলিত হয় আৰু [[অসম গণ পৰিষদ (প্ৰগতিশীল)]] নামৰ এক নতুন দল গঠন কৰে। কিন্তু এই দলটোৱে ৰাইজৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হয়। ২০০৮ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত অগপৰ প্ৰতিষ্ঠা দিৱসত দুই দলৰ মিলন ঘটে আৰু অসম গণ পৰিষদ (প্ৰগতিশীল) ভংগ হয়।
 
25 নং শাৰী:
 
<!-- মাধৱ, অনুগ্ৰহ কৰি এইখিনি অনুবাদ কৰিবা
The party split, with former [[Chief Minister]], [[Prafulla Kumar Mahanta]], forming the [[Asom Gana Parishad (Progressive)]], but regrouped on 14 October 2008 at Golaghat.
 
The party has one [[Member of Parliament|MP]] in the Lok Sabha and two MPs in the Rajya Sabha. The Lok Sabha MP is Joseph Toppo from the prestigious Tezpur Parliamentary Constituency.<ref>http://www.hindu.com/2008/07/12/stories/2008071260391200.htm</ref>