অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
25 নং শাৰী:
'''শব্দ বিভক্তি:-'''
 
মনৰ ভাব প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ লগতবা ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয়। সেই বৰ্ণ বা বৰ্ণ সমষ্টিকেই শব্দ বিভক্তি বোলে।
শব্দ বিভক্তি ৭ প্ৰকাৰৰ আছে। তলত উল্লেখ কৰা হ’ল।
 
83 নং শাৰী:
অসমাপিকা ক্ৰিয়া লোপ পালে সপ্তমী বিভক্তি হয়।
যেনে : ৰামৰ কথাত সকলো স্তম্ভিত হ’ল। ইয়াত ‘কথা শুনি’ৰ অসমাপিকা ক্ৰিয়া লোপ পাই অকল কথা আছে। গতিকে সপ্তমী বিভক্তি যোগ হৈ কথাত হৈছে।
 
 
==চন্দ্ৰবিন্দুৰ ব্যৱহাৰ==