124
টা সম্পাদনা
(→বৰ্ণনা: Fixed the bogus file option lint error) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit |
(→জলবায়ু: Fixed the bogus file option lint error) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit |
||
== জলবায়ু ==
[[File:Equator Sao Tome.jpg|right|thumb|
পৃথিৱীৰ সোঁমাজত অৱস্থিত হোৱাৰ বাবে বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি বেছি তীক্ষ্ণ ভাবে পৰে। সেয়ে বৰ্ষা ঋতু আৰু সুউচ্চ অঞ্চল সমূহৰ বাদে গোটেই বিষুৱীয় অঞ্চলত এক উষ্ণ জলবায়ু বিৰাজ কৰে। ইয়াৰ ওচৰৰ অঞ্চল সমূহত সাধাৰণতে আদ্ৰ আৰু শুষ্ক এই দুবিধ জলবায়ু বিৰাজ কৰে। তদুপৰি এই অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হয় আৰু বছৰৰ বেছিভাগ সময় সেমেকা হৈ থাকে। তেতিয়াও উচ্চতা আৰু সাগৰৰ পৰা দূৰত্ব অনুযায়ী জলবায়ুৰ তাৰতম্য লক্ষ্য কৰিব পাৰি। পৃথিৱীৰ বেছিভাগ বিষুৱীয় ক্ষেত্ৰ সমুদ্ৰ ভাগত অৱস্থিত। মহাদেশীয় বিষুৱীয় অঞ্চলত ডাঠ বৰ্ষাৰণ্যৰ বাবে বিখ্যাত। তাৰে ভিতৰত আমাজান আৰু আৰু কঙ্গো নদীৰ অৱবাহিকাৰ বৰ্ষাৰণ্য উল্লেখ যোগ্য। বিষুৱ ৰেখাৰ সৰ্বোচ্চ বিন্দু হৈছে ৪৬৯০ মিটাৰ উচ্চ [[ইকোৱেডৰ]]ৰ কায়াম্বে জ্বালামুখী। ই ইকোৱেডৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত।
== বিষুবীয় অঞ্চল==
বিষুৱৰেখাৰ দাঁতিকাষৰীয়া অঞ্চলটোক বিষুবীয় বা নিৰক্ষীয় অঞ্চল বুলি কোৱা হয়। ডাঠ অৰণ্য থকাৰ বাবে এই অঞ্চলত নানা প্ৰকাৰৰ উদ্ভিদ আৰু বিবিধ জীৱ-জন্তু দেখা যায়। এই অঞ্চলত গৰম ঠাণ্ডাৰ মিশ্ৰ পৰিবেশ দেখা যায়। ইয়াৰ কিছু কিছু অঞ্চলত চিৰসেউজ অৰণ্য, কিছুমানত পৰ্ণপাতী আৰু কিছুমানত জোপোহা কাঁইটীয়া গছ আৰু ঘাঁহজাতীয় উদ্ভিদ দেখা যায়। <br />
|
টা সম্পাদনা