হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

জন্ম/মৃত্যুৰ তাৰিখ দুটা ওলট-পালট হৈ আছিল! তথ্য হেমকোষ অভিধানৰ প্ৰথম পৃষ্ঠা।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎জন্ম: বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
13 নং শাৰী:
 
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোনআঘোণ) [[অসম|অসমৰ]] [[যোৰহাট জিলা|যোৰহাট জিলাৰ]] ৰজা-বাহৰ গাঁৱত জন্ম হৈছিল।
তেওঁৰ পিতৃৰ নাম আছিল '''মুক্তাৰাম বৰুৱা''' আৰু মাতৃৰ নাম আছিল '''ৰূপহী দেৱী'''। মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল। হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জেষ্ঠজ্যেষ্ঠ সন্তান আছিল।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)">{{cite book | title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | author=গগণ চন্দ্ৰ অধিকাৰী | year=১০ ডিচেম্বৰ, ২০১১ (শণিবাৰশনিবাৰ) | pages=৪}}</ref>
 
==শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন==