অসহযোগ আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা Android app edit |
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা Android app edit |
||
1 নং শাৰী:
'''অসহযোগ আন্দোলন''' হৈছে ১৯২০ চনৰ ৫ ছেপ্টেম্বৰত [[মহাত্মা গান্ধী]]য়ে স্বায়ত্বশাসন আৰু সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্যৰে আৰম্ভ কৰা এক আন্দোলন। ২১ মাৰ্চ ১৯১৯
১৯১৯ চনৰ মাৰ্চৰ ৰাৱলাট আইনখন, যিয়ে দেশদ্ৰোহীতাৰ বিচাৰত পদকীয়াসকলৰ অধিকাৰ খৰ্ব কৰিছিল,<ref name=Tharoor2003p.26-36/> ভাৰতীয়সকলৰ বাবে "ৰাজনৈতিক জাগৰণ" আৰু বৃট্ৰিছসকলৰ বাবে "বিপদ" হিচাপে দেখা গৈছিল।<ref name=Wagner2019p.59/> যদিও ইয়াক কেতিয়াও কাৰ্যকৰী কৰা হোৱা নাছিল আৰু কেইবছৰমান পিছত বাতিল বুলি ঘোষণা কৰা হৈছিল।<ref name="Wagner2019p.59">[https://books.google.co.uk/books?id=bziIDwAAQBAJ&printsec=frontcover&dq=satya+pal+1919&hl=en&sa=X&ved=0ahUKEwjS3Jj3xbHkAhVMSsAKHUBWAGoQ6AEIKDAA#v=snippet&q=rowlatt&f=false Wagner, Kim. ''Amritsar 1919'' (2019) p.59]</ref> এই আইনখনে গান্ধীৰ মনত সত্যাগ্ৰহৰ (সত্য) ধাৰণাৰ প্ৰতি অনুপ্ৰেৰিত কৰিছিল। এই ধাৰণাটো জৱাহৰলাল নেহৰুৱে পৰবৰ্তী সময়ত কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিছিল, যাৰ বাবে এই হত্যাকাণ্ডই "স্বাধীনতাৰৰ বাদে একো গ্ৰহণযোগ্য নহয়"ৰ ধাৰণা দৃঢ় কৰি তুলিছিল।<ref name=Tharoor2003p.26-36/>
|