অ
সম্পাদনা সাৰংশ নাই
অ (বানান শুধৰণি) |
অNo edit summary |
||
| consort =
| parents = [[জ্যুচ]] আৰু [[লেট']]
| siblings = [[
| mount =
}}
'''এপ'ল''' ({{lang-en|Apollo}}) হৈছে পৌৰাণিক গ্ৰীক তথা ৰোমান কিংবদন্তিৰ বাৰজন অলিম্পিয়ান দেৱতাৰ অন্যতম। তেওঁক ধনুৰ্বিদ্যা, সংগীত আৰু কলা, সত্য আৰু ভৱিষ্যৎবাণী, ৰোগ আৰু নিৰাময়, সূৰ্য আৰু পোহৰ, কবিতা আদিৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা হয়। [[জ্যুচ]] আৰু লেট'ৰ পুত্ৰ তথা চিকাৰৰ দেৱী [[
এপ'ল'ক ডেলফিৰ ৰক্ষক আৰু গ্ৰীক ভৱিষ্যৎবক্তা অৰ্থাৎ অৰেকলসকলৰ দেৱতা হিচাপে গণ্য কৰা হয়। তেওঁ সমুদ্ৰ পথৰ যাত্ৰী আৰু বিদেশী লোকসকলৰ পৃষ্ঠপোষক তথা পলৰীয়া আৰু শৰণাৰ্থীসকলৰো ৰক্ষক।
ঔষধ আৰু নিৰাময়ৰ সৈতে পোনপটীয়াকৈ বা পুত্ৰ [[এছ্ক্লেপিআছ]]ৰ জৰিয়তে এপ'ল'ৰ সম্পৰ্ক স্থাপন কৰা হয়। এপ'ল'ই মহামাৰীৰপৰা মানৱ সমাজক বচাই ৰাখে যদিও তেওঁ নিজৰ কাঁড়বোৰৰ যোগেদি অসুস্থতা আৰু ভয়ংকৰ মহামাৰী কঢ়িয়াই আনিব পাৰে। এপ'ল' আৰুতেওঁৰ ভগ্নী
এপ'ল' পশুপালক আৰু ভেঁড়াৰখীয়াসকলৰ পৃষ্ঠপোষক। পশু-পক্ষীৰ জাক আৰু শস্যসমূহক ৰোগ, অপকাৰী কীট-পতঙ্গ আৰু চিকাৰী জন্তুৰ হাতৰপৰা ৰক্ষা কৰাটো তেওঁৰ প্ৰাথমিক দায়িত্বসমূহৰ অন্যতম। এপ'ল'ক আইন প্ৰদানকাৰীৰূপেও গণ্য কৰা হয় আৰু নগৰত আইন প্ৰণয়নৰ আগতে তেওঁৰ লগতে তেওঁৰ অৰেকলসকলৰ পৰামৰ্শ লোৱা হয়।
|