সাৰদা (অভিনেত্ৰী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox person
| name = সাৰদা
| image =
| imagesize =
| birth_name = সৰস্বতী দেৱী
| birth_date = {{Birth date and age|1945|06|25|df=yes}}
| birth_place = তেনালী, মাদ্ৰাছ প্ৰেচিডেঞ্চি, [[British India|ব্ৰিটিছ ভাৰত]] (বৰ্তমান [[অন্ধ্ৰপ্ৰদেশ]])
| death_date =
| death_place =
| other_names = উৰ্বশী সাৰদা
| occupation = অভিনয়
| yearsactive =১৯৬৫- বৰ্তমানলৈ
| spouse = [[:en:Chalam (actor)|চালম]]
| partner =
| children =
| parents = ভেঙ্কটেশ ৰাও<br>সত্যৱতী দেৱী
| website =
| awards =শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁট]] (৪)
| module={{infobox officeholder|embed=yes| constituency = তেনালী লোকসভা সমষ্টি
| term =
| predecessor =
| successor =
| party = [[তেলেগু দেশম পাৰ্টী]]
}}}}
'''সাৰদা''' ({{lang-en| Sharada }}; জন্ম '''সৰস্বতী দেৱী'''; ২৫ জুন ১৯৪৫)এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক নেতা। তেওঁ তিনিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]] লাভ কৰিছে।<ref name="auto">{{cite web|url=http://www.thehindu.com/features/cinema/%E2%80%98I-always-enjoyed-my-work-in-Malayalam%E2%80%99/article14425855.ece|title=I always enjoyed my work in Malayalam|first=P. K. Ajith|last=Kumar}}</ref><ref name="imdb.com">{{cite web|url=https://www.imdb.com/name/nm0764762/|title=Sharada}}</ref> তেওঁ মালায়ালম আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি আৰ্জিছে।<ref name="auto"/><ref name="imdb.com"/> তেওঁ উৰ্বশী সাৰদা নামেৰেও জনাজাত। কাৰণ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাক প্ৰথমাৱস্থাত আধিকাৰিকভাবে উৰ্বশী বঁটা বুলি কোৱা হৈছিল। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সাৰদাই অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰদান কৰা এন.টি.আৰ. ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে।
<ref name="auto1">{{cite web|url=http://www.thehindu.com/features/metroplus/reeltime-column-actor-sharada/article6775439.ece|title=The actor with a golden touch|first=SAJU|last=CHELANGAD}}</ref>
==প্ৰাৰম্ভিক জীৱন==
অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰৰ তেনালীত সাৰদাৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ নাম আছিল সৰস্বতী দেৱী। এটা কৃষিজীৱী পৰিয়ালৰ সন্তান সাৰদাৰ মাক-দেউতাকৰ নাম আছিল সত্যৱতী দেৱী আৰু ভেঙ্কটেশ ৰাও। শৈশৱত সাৰদাই চেন্নাইত আইতাক কনকাম্মাৰ লগত বাস কৰিছিল।<ref name="indiainteracts.com">{{cite web|url=http://indiainteracts.com/columnist/2006/09/26/Early-years/|title=Indiainteracts.com}}</ref> সাৰদাই ছয় বছৰ বয়সৰ পৰা নৃত্য শিকিছিল। তেওঁৰ মাকে তেওঁক এগৰাকী ডাঙৰ চলচ্চিত্ৰ তাৰকা হোৱাৰ কামনা কৰিছিল। তেওঁ তেলেগু অভিনেতা চালামক বিয়াক কৰায়। পিছলৈ তেওঁলোকৰ বিচ্ছেদ হয়।<ref name="indiainteracts.com"/>
 
==কৰ্মজীৱন==
ডাঙৰ হোৱাৰ পিছত তেওঁ [[তেলেগু ভাষা|তেলেগু]] থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।<ref name="auto"/> তেলেগু ছবি ‘কন্যাসুলকম’ত এটা সৰু চৰিত্ৰত অভিনয়েৰে তেওঁ [[চলচ্চিত্ৰ]] জগত খোজ দিয়ে। ইয়াৰ পিছত তেওঁ পুনৰ থিয়েটাৰত জড়িত হৈ পৰে যদিও [[তামিল ভাষা|তামিল]] নাটক ‘ৰক্ত কানিৰু’ৰ তেলেগু ৰূপান্তৰত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা পায়।<ref name="indiainteracts.com"/>
 
১৯৫৯ চনৰ পৰা তেওঁ সাৰদা নামেৰে চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। নাম সলনি কৰাৰ মূলতে হ’ল চলচ্চিত্ৰ উদ্যোগটোত সৰস্বতী নামৰ আৰু কেইগৰাকীমান অভিনেত্ৰী আছিল।<ref name="indiainteracts.com"/> তেওঁ এজন তেলেগু প্ৰযোজক এল.ভি. প্ৰসাদৰ সংস্পৰ্শলৈ আহে। প্ৰযোজকজনৰ কোনো ছবিত তেওঁ অভিনয় কৰা নাছিল যদিও প্ৰসাদৰ পৰা তেওঁ অভিনয় সম্পৰ্কীয় আনুষ্ঠানিক প্ৰশিক্ষণ লৈছিল আৰু এই প্ৰশিক্ষণে তেওঁৰ অভিনয় পাৰদৰ্শিতা বৃদ্ধি কৰিছিল।<ref name="auto1"/><ref name="indiainteracts.com"/> অভিনেতা আক্কিনেনি নাগেশ্বৰ ৰাওৰ সৈতে ‘ইন্দাৰু মিত্ৰুলু’ (১৯৬১) ছবিত অভিনয় কৰিব পোৱাটো তেওঁৰ জীৱনৰ প্ৰথমটো ডাঙৰ সুযোগ। ছবিখন যথেষ্ঠ জনপ্ৰিয় হৈছিল। ছবিখনত সাৰদাৰ কৰা অভিনয়ৰ বাবে তেওঁ মালায়ালামৰ লগতে তামিল চলচ্চিত্ৰতো অভিনয় কৰাৰ বাট মুকলি হৈছিল।<।refref name="auto"/>
 
১৯৬৫ চনত পি. বেণু, কট্টু থুলচি আৰু ইনাপ্ৰভুকলৰ ‘শকুন্তলা’, ‘মুৰাপ্পেন্নু’, ‘উধ্যোগস্থ’ ছবি তিনিখনত অভিনয়েৰে মালায়ালম চলচ্চিত্ৰ উদ্যোগত সাৰদাৰ নিজৰ স্থান তৈয়াৰ কৰি লৈছিল।<ref name="auto1"/> ইয়াৰ পিছত তেওঁ মালায়ালম ছবিতহে দৃষ্টি নিবদ্ধ কৰিছিল আৰু অন্য ভাষাৰ ছবিত খুব কমকৈ অভিনয় কৰিছিল। ১৯৬৭ চনত ‘ইৰুত্তিন্তে আথমাভু’ ছবিৰ লগত আৰু কিছু ছবিত কৰা কামৰ বাবে তেওঁ ‘জাতীয় সন্মাননা বঁটা’ লাভ কৰে। এই বঁটা ১৯৬৮ চনৰ পৰা প্ৰৱৰ্তিত শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]]ৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়।<ref name="auto1"/> ১৯৬৯ চনত ‘ ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে প্ৰৱৰ্তিত প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁ আৰু দুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা পায়- মালায়ালম ভাষাৰ ছবি স্বয়ম্বৰম (১৯৭২) আৰু তেলেগু ছবি নিমজ্জনম (১৯৭৮) ছবিৰ বাবে। তেওঁ এবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীলৈ প্ৰদান কৰা ‘কেৰালা ৰাজ্যিক চলচ্চিত্ৰ’ বঁটাও লাভ কৰে।<ref name="auto"/>
Line 11 ⟶ 38:
==তথ্য সংগ্ৰহ==
{{reflist}}
==বাহ্যিক সংযোগ==
 
* {{IMDb name}}
[[শ্ৰেণী:ভাৰতীয় অভিনেত্ৰী]]
[[শ্ৰেণী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী]]