ফৰিদা খানম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
19 নং শাৰী:
| relatives =
}}
'''ফৰিদা খানম''' ({{lang-ur|فرِیدہ خانُم}}; {{lang-en| Farida Khanum }}) এগৰাকী [[পাকিস্তান]]ৰ পাঞ্জাব প্ৰদেশৰ শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী। পাকিস্তান চৰকাৰে সঙ্গীতৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ''হিলাল-ই-ইমতিয়াজ'' আৰু ''প্ৰাইড অফ পাৰ্ফৰমেঞ্চ'' বঁটাৰে সন্মানিত কৰিছে।<ref name="indiatimes1" />
==প্ৰাৰম্ভিক জীৱন==
১৯২৯ চনত [[ব্ৰিটিছ ভাৰত]]ৰ [[কলকাতা]]ত তেওঁৰ জন্ম হয়। তেওঁৰ চাৰিজন ভায়েক-ভনীয়েক আছিল, এজনী- বায়েক আৰু তিনিজন ভায়েক। তেওঁৰ বায়েক [[মুখতাৰ বেগম]] এগৰাকী বিখ্যাত কণ্ঠশিল্পী আছিল। তেওঁৰ ওঠৰ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ব্ৰিটিছ ভাৰতৰ [[অমৃতসৰ]]ৰ পৰা [[লাহোৰ]]লৈ স্থানান্তৰিত হয়।<ref>{{cite web|url=http://pakistaniat.com/2007/12/12/farida-khanum-memories-new-and-old/ |title=Farida Khanum: Memories New and Old : ALL THINGS PAKISTAN |publisher=Pakistaniat.com |date=12 December 2007 |access-date=20 June 2018}}</ref>
38 নং শাৰী:
 
ভাৰতৰ এজন বিশিষ্ট সৰোদ বাদক হাফিজ খানৰ নামেৰে প্ৰৱৰ্তিত ''হাফিজ খান বঁটা'' তেওঁ লাভ কৰে ২০০৫ চনত।<ref name=360degrees/><ref name="indiatimes1">{{cite news|url=http://timesofindia.indiatimes.com/articleshow/1331523.cms |work=The Times of India |title=Fareeda Khanum: Made in India, queen of Pak music |archive-url=https://web.archive.org/web/20070610032403/http://timesofindia.indiatimes.com/articleshow/1331523.cms |archive-date=10 June 2007}} Retrieved 21 June 2018</ref><ref name=cokestudio>[http://www.cokestudio.com.pk/season8/farida-khanum.html?WT.cl=1&WT.mn=Artists%20-%20Farida%20Khanum Profile of Farida Khanum on Coke Studio (Pakistan) website] Retrieved 20 June 2018</ref>
==তথ্য উৎস==
{{reflist}}
==বাহ্যিক সংযোগ==
* {{IMDb name|1858939}}
* [http://www.cokestudio.com.pk/season8/farida-khanum.html?WT.cl=1&WT.mn=Artists%20-%20Farida%20Khanum Farida Khanum's 2015 performance at Coke Studio (Pakistan)]