সুভদ্ৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
22 নং শাৰী:
 
==পূজা==
 
[[File:The present goddess subhadra .jpg|thumb|বাৰ্ষিক [[ৰথ যাত্ৰা]]ত সুভদ্ৰাৰ কাঠৰ প্ৰতিমা]]
[[File:Balabhadra Subhadra Jagannath.jpg|right|thumb|250px|ভাতৃ বলভদ্ৰ (বলৰাম) আৰু জগন্নাথ (কৃষ্ণ)ৰ মাজত সুভদ্ৰা]]
কিছুসংখ্যক হিন্দুৱে সুভদ্ৰাক দেৱী যোগমায়াৰ অৱতাৰ বুলি গণ্য কৰে। বলভদ্ৰ (বলৰাম) আৰু জগন্নাথ (কৃষ্ণ)ৰ লগত সুভদ্ৰাকো [[পুৰী]]ৰ জগন্নাথ মন্দিৰত পূজা কৰা হয়। বাৰ্ষিক ৰথ যাত্ৰাত এখন ৰৰ্থ সুভদ্ৰাক অৰ্পণ কৰা হয়। [[ওড়িশা]], [[পশ্চিম বংগ]] আৰু [[গুজৰাট]]ৰো কোনো কোনো লোকে তেওঁক পূজা কৰে। <ref>{{cite web|title=Why Subhadra Is Worshipped With Krishna In Jagannath Yatra|url=http://www.indiatimes.com/lifestyle/self/why-subhadra-is-worshipped-with-krishna-in-jagannath-yatra-281354.html|website=indiatimes.com|publisher=indiatimes.com|accessdate=15 June 2017}}</ref>
"https://as.wikipedia.org/wiki/সুভদ্ৰা"ৰ পৰা অনা হৈছে