জাহানাৰা বেগম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
30 নং শাৰী:
জাহানাৰা আছিল শাহ জাহানে মোগল সাম্ৰাজ্যৰ উত্তৰাধিকাৰ হিচাপে বিচৰা দাৰা চিকোৰ উগ্ৰ সমৰ্থক। ১৬৫৭ চনত শাহ জাহান অসুখত পৰাত মোগল সাম্ৰাজ্যৰ উত্তৰাধিকাৰক লৈ কন্দল হওঁতে তেওঁ দাৰা চিকোৰ পক্ষ লৈছিল আৰু অৱশেষত যেতিয়া ঔৰংজেৱে দেউতাকক শাহ জাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ নিজে সম্ৰাট হ’ল, তেতিয়া জাহানাৰাই শাহ জাহানক লগ কৰিবলৈ [[আগ্ৰা]] দুৰ্গলৈ গৈছিল। দেউতাকৰ প্ৰতি সমৰ্পিত প্ৰাণ জাহানাৰাই ১৬৬৬ চনত দেউতাকৰ মৃ্ত্যু হোৱালৈকে যতন লৈছিল। পিছলৈ [[ঔৰংজেৱ]]ৰ সৈতে তেওঁৰ সম্পৰ্ক মধুৰ হৈছিল আৰু ইতিমধ্যে ভনীয়েক [[ৰোচনাৰা বেগম|ৰোচনাৰা বেগমে]] উপবিষ্ট হোৱা মোগল সাম্ৰাজ্যৰ প্ৰথম নাৰী [[পাটশাহ বেগম]]ৰ আসনত তেওঁ পুনৰ বহিছিল। জাহানাৰা অবিবাহিত আছিল আৰু ঔৰংজেৱৰ শাসন কালতে তেওঁৰ মৃত্যু হৈছিল।<ref>Preston, page 285.</ref>
==চুফীবাদৰ সৈতে সম্পৰ্ক==
ভায়েক দাৰা চিকোৰ সৈতে জাহানাৰাকজাহানাৰাই ১৬৪১ চনত গুৰু মোল্লা শাহেশাহৰ ওচৰত [[চুফীবাদ|চুফী]] পন্থত দিক্ষিত কৰে।<ref name="Schimmel 1997 50"দীক্ষিত />হয়। জাহানাৰা এগৰাকী লেখক আছিল। তেওঁ সন্ত ময়নুদ্দিন চিষ্টিৰ বিষয়ে ''মুনিচ অল-আৰৱা'' নামেৰে, এখন জীৱনী গ্ৰন্থ লিখিছিল। লগতে মোল্লা শাহৰো ''ৰিচালাহ-উ-সাহিবা'' নামৰে জীৱনী এখন লিখিছিল, য’ত মোল্লা শাহৰ ওচৰত তেওঁ দীক্ষা লোৱাৰ উল্লেখ আছে।<ref>{{cite book|title=A History of Sufism in India|last=Rizvi|first=Saiyid Athar Abbas|publisher=Mushiram Manoharlal|year=1983|isbn=81-215-0038-9|volume=2|location=New Delhi|page=481}}</ref> ময়নুদ্দিন চিষ্টিৰ জীৱনীখন ইয়াৰ বিচাৰ আৰু সাহিত্যিক মানদণ্ডৰ ক্ষেত্ৰত অতি উচ্চখাপৰ বুলি গণ্য কৰা হয়। মৃত্যুৰ চাৰি শতিকা পিছতো চিষ্টিয়ে জাহানাৰাক আধ্যাত্মিকতাৰ দীক্ষা দিয়া বুলি তথা সন্তগৰাকীৰ দৰগাহ আজমেৰ ভ্ৰমণ কৰাৰ উল্লেখ গ্ৰন্থখনত কৰা হৈছে। জাহানাৰাই নিজকে ফকীৰা (মহিলা চুফী অনুগামী) আখ্যা দিছে।<ref>{{cite book|title=Women of Sufism: A Hidden Treasure|last=Helminski|first=Camille Adams|publisher=Shambhala|year=2003|isbn=1-57062-967-6|location=Boston|page=129}}</ref>
 
জাহানাৰৰ মতে ভায়েক দাৰা আৰু তেৱেঁ টাইমূৰ বংশৰৰ একমাত্ৰ চুফীবাদৰ অনুগামী।<ref>{{cite book|title=Dārā Shikūh: Life and Works|last=Hasrat|first=Bikrama Jit|publisher=Munshiram Manoharlal|year=1982|edition=second|location=New Delhi|page=64}}</ref>
যদিও ঔৰংজেৱেও চুফীবাদৰ এজন অনুগামীৰূপে প্ৰশিক্ষিত আছিল। চুফী সাহিত্যৰ পৃষ্ঠপোষক ৰূপে জাহানানাৰ বহুতো ধ্ৰুপদী সাহিত্যৰ অনুবাদ আৰু টীকা-ভাষ্য ৰচনা কৰাইছিল।<ref>{{cite book|title=My Soul Is a Woman: The Feminine in Islam|last=Schimmel|first=Annemarie|publisher=Continuum|year=1997|isbn=0-8264-1014-6|location=Nw York|page=51|author-link=Annemarie Schimmel}}</ref>
 
==তথ্য উৎস==
{{reflist}}