ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ''' ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)''' ({{lang-en| Indian National Congress (Organisation)...
 
No edit summary
7 নং শাৰী:
 
১৯৭৭ৰ মাৰ্চত অনুষ্ঠিত হোৱা [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭৭|সাধাৰণ নিৰ্বাচন]]ত কংগ্ৰেছ (ও)-ই [[জনতা মৰ্চা]]ৰ অধীনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনত দলটোৱে লাভ কৰা ১৬খন আসনৰ বিপৰীতে এই নিৰ্বাচনত মাথো ৩খনহে আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। নিৰ্বাচনৰ পিছত এই একেটা বছৰতে [[ভাৰতীয় লোকদল]], [[ভাৰতীয় জনসংঘ]], [[ছোচিয়েলিষ্ট পাৰ্টি]], [[স্বতন্ত্ৰ পাৰ্টি]] তথা অন্য সৰু সৰু ৰাজনৈতিক দলবোৰৰ সৈতে অৰ্গেনাইজেন কংগ্ৰেছেও আনুষ্ঠানিকভাবে নিজকে বিলীন কৰি [[জনতা পাৰ্টি]] গঠন কৰে। কংগ্ৰেছ (ও)-ৰ নেতা [[মোৰাৰজী দেশাই|মোৰাৰজী দেশায়ে]] দেশৰ ৪ৰ্থ তথা প্ৰথম অকংগ্ৰেছী চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয়।
== নেতা ==
{{refbegin|3}}
* [[কামৰাজ|কে কামৰাজ]]
* [[মোৰাৰজী দেশাই]]
* এচ. নিজলিংগাপ্পা
*চি.এম. পুনাছা
* [[নীলম সঞ্জীৱ ৰেড্ডী]]
*অতুল্য ঘোষ
* এচ.কে. পাটিল
* হিতেন্দ্ৰ কে. দেশাই
* সত্যেন্দ্ৰ নাৰায়ণ সিনহা
*চন্দ্ৰ ভানু গুপ্তা
* বীৰেন্দ্ৰ পাটিল
*অশোক মেহতা
*ত্ৰিভূৱন নাৰায়ণ সিং
* ৰাম সুভাগ সিং
*বি.ডি. শৰ্মা
{{refend}}
 
==লগতে চাওক==
* [[ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)]]