ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
[[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭১|১৯৭১ৰ সাধাৰণ নিৰ্বাচন]]ত ১০% ভোট শ্বেয়াৰিঙেৰে [[লোকসভা]]ৰ ১৬খন আসনত কংগ্ৰেছ (ও) বিজয়ী হোৱাৰ বিপৰীতে ইন্দিৰাপন্থী কংগ্ৰেছে ৪৪% ভোটেৰে ৩৫২খন আসনত বিজয় সাব্যস্ত কৰে।<ref name="eci1971">{{cite web | url=https://eci.gov.in/statistical-report/statistical-reports/ | title=STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA, 1971| publisher=Election Commission of India | accessdate=11 মে' 2021}}</ref> নিৰ্বাচন হৈ যোৱাৰ পিছত [[ভাৰতৰ নিৰ্বাচন আয়োগ|নিৰ্বাচন আয়োগে]] ইন্দিৰাপন্থী কংগ্ৰেছক মূল কংগ্ৰেছ দল বুলি স্বীকৃতি দিয়ে।<ref name="abp" />
 
১৯৭৭ৰ মাৰ্চত অনুষ্ঠিত হোৱা [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭৭|সাধাৰণ নিৰ্বাচন]]ত কংগ্ৰেছ (ও)-ই [[জনতা মৰ্চা]]ৰ বেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হয়। পিছে এইটো নিৰ্বাচনত দলটোৱে ভাল ফল দেখুৱাব নোৱাৰিলে। পূৰ্বৱৰ্তী নিৰ্বাচনত লাভ কৰা ১৬খন আসনৰ বিপৰীতে এই নিৰ্বাচনত কংগ্ৰেছ (ও)-ই মাথো ৩খনহে আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।<ref name="eci1977">{{cite web | url=https://eci.gov.in/statistical-report/statistical-reports/ | title=STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA, 1977 | publisher=Election Commission of India | accessdate=11 মে' 2021}}</ref> কংগ্ৰেছ (ও)-ৰ নেতা [[মোৰাৰজী দেশাই|মোৰাৰজী দেশায়ে]] দেশৰ ৪ৰ্থ তথা প্ৰথম অকংগ্ৰেছী চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয়। নিৰ্বাচনৰ পিছত এই একেটা বছৰতে [[ভাৰতীয় লোকদল]], [[ভাৰতীয় জনসংঘ]], [[ছোচিয়েলিষ্ট পাৰ্টি]], [[স্বতন্ত্ৰ পাৰ্টি]] তথা অন্য সৰু সৰু ৰাজনৈতিক দলবোৰৰ সৈতে অৰ্গেনাইজেন কংগ্ৰেছেও আনুষ্ঠানিকভাবে নবগঠিত [[জনতা পাৰ্টি]]ত চামিল হৈ যায়।<ref name="ref-1">{{Cite book |last=Official Excerpts from Speech of Veteran Journalist |url=http://www.countercurrents.org/cip200610.htm |title=Emergency: Top Oppositional political leaders arrested |work=Official Website |publisher=Website |access-date=31 August 2015}}</ref><ref name="UK">{{Cite web |last=Singh |first=Kuldip |date=1995-04-11 |title=OBITUARY: Morarji Desai |url=https://www.independent.co.uk/news/people/obituary-morarji-desai-1615165.html |access-date=2009-06-27 |newspaper=[[The Independent]]}}</ref>
 
== নেতা ==
{{refbegin|3}}