ভাৰতীয় জন সংঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
|symbol =
|successor = [[ভাৰতীয় জনতা পাৰ্টি]] (১৯৮০-বৰ্তমানলৈ)
|colours = {{Color box|{{Bharatiya Jana Sangh/meta/color}}|border=darkgray}} [[:en:Orange (colour)|Saffronগেৰুৱা]]
}}
'''ভাৰতীয় জন সংঘ''' ({{lang-en|Bharatiya Jana Sangh}}, সম্পূৰ্ণ নাম: '''অখিল ভাৰতীয় জন সংঘ''', চমুকৈ: '''জন সংঘ''', সংক্ষিপ্তৰূপ: '''BJS''') <ref name="Low1968">{{Citation |title=Soundings in Modern South Asian History |url=https://books.google.com/books?id=WfD02m8q8eYC&pg=PA372 |pages=372– |year=1968 |editor-last=Donald Anthony Low |publisher=University of California Press |id=GGKEY:6YPJXGZBWJQ}}</ref> ভাৰতৰ এটা অধুনালুপ্ত সোঁপন্থী ৰাজনৈতিক দল। ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ সক্ৰিয় হৈ থকা এই দলটো হিন্দুত্ববাদী সংগঠন [[ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ]]ৰ ৰাজনৈতিক শাখা আছিল।<ref name="Hindu2013">{{cite news|last1=Gurumurthy|first1=S|title=Lifting of the ban on the RSS was unconditional|url=http://www.thehindu.com/opinion/op-ed/Lifting-of-ban-on-RSS-was-unconditional/article11806185.ece|access-date=29 January 2018|work=The Hindu|date=16 October 2013}}</ref> ১৯৭৭ চনত [[ইন্দিৰা গান্ধী]] নেতৃত্বাধীন [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ গঠন কৰা [[জনতা পাৰ্টি]]ত অন্য বহুবোৰ ৰাজনৈতিক দলৰ সৈতে জন সংঘও চামিল হৈ গৈছিল। ১৯৮০ চনত জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বৈত সদস্যতাৰ বিষয়ত মতানৈক্য হৈ জন সংঘ গোটটো জনতা পাৰ্টিৰ পৰা ওলাই আহিছিল আৰু ১৯৮২ চনত [[ভাৰতীয় জনতা পাৰ্টি]] গঠন কৰিছিল।<ref name="bjp̠-official">{{cite web | url=https://www.apbjp.org/eng/2015/06/welcome-to-bjp-website/ | title=BJP History | publisher=Andhra Pradesh BJP | accessdate=28 মে' 2021}}</ref>