ভাৰতীয় জন সংঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
31 নং শাৰী:
* [[লালকৃষ্ণ আদৱানী]] (১৯৭৩-৭৭)
{{refend}}
==সাধাৰণ নিৰ্বাচনত প্ৰদৰ্শন ==
১৯৫১ চনত প্ৰতিষ্ঠা হোৱা জনসংঘই প্ৰথমটো সাধাৰণ নিৰ্বাচনত ৩খন লোকসভা আসনত জয়লাভ কৰিছিল। আন দুটা হিন্দুত্ববাদী ৰাজনৈতিক দল হিন্দু মহাসভা আৰু ৰামৰাজ্য পৰিষদে উক্ত নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল ক্ৰমে ৪খন আৰু তিনিখন। শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দুৰ্গাচৰণ বেনাৰ্জী পশ্চিমবংগৰ পৰা জয়লাভ কৰিছিল আৰু জনসংঘৰ তৃতীয়জন সদস্য উমা শংকৰ ত্ৰিবেদী ৰাজস্থানৰ পৰা জিকি আহিছিল। শ্যামাপ্ৰসাদৰ নেতৃত্বত সম-মনস্ক দলসমূহে সংসদত এটা গোট গঠন কৰিছিল।
{{sfn|Nag|2014|loc=chapter 1}}<ref name=roots>{{cite news |author=Archis Mohan |title=The roots of India's second republic |newspaper=Business Standard |date=9 October 2014 |url=http://www.business-standard.com/article/beyond-business/the-roots-of-india-s-second-republic-114100901275_1.html |access-date=8 November 2014}}
</ref>
 
{| class="wikitable sortable"
|+
! style="width:25%;"| বৰ্ষ
! style="width:15%;"| সাধাৰণ নিৰ্বাচন
! style="width:15%;"| আসন লাভ
! style="width:15%;"| আসনৰ পৰিবৰ্তন
! style="width:15%;"| ভোটৰ %
! class="unsortable" | তথ্যসূত্ৰ
|- style="text-align:center;"
|| [[১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন]]
|| ১ম [[লোকসভা]]
|| ৩
|| &ndash;
|| ৩.০৬
||{{sfn|Nag|2014|loc=chapter 1}}{{sfn|Andersen|Damle|1987|p=165}}
|- style="text-align:center;"
|| [[১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন]]
|| ২য় [[লোকসভা]]
|| ৪
|| {{increase}} ১
|| ৫.৯৩
||<ref name=roots/>{{sfn|Andersen|Damle|1987|p=165}}
|- style="text-align:center;"
|| [[১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন]]
|| ৩য় [[লোকসভা]]
|| ১৪
|| {{increase}} ১০
|| ৬.৪৪
||<ref name=roots/>{{sfn|Andersen|Damle|1987|p=165}}
|- style="text-align:center;"
|| [[১৯৬৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন]]
|| ৪ৰ্থ [[লোকসভা]]
|| ৩৫
|| {{increase}} ২১
|| ৯.৪১
||<ref name=roots/>{{sfn|Andersen|Damle|1987|p=165}}
|- style="text-align:center;"
|| [[১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন]]
|| ৫ম [[লোকসভা]]
|| ২২
|| {{decrease}} ১৩
|| ৭.৩৫
||{{sfn|Nag|2014|loc=chapter 4}}{{sfn|Andersen|Damle|1987|p=165}}
|}
==তথ্য উৎস==