ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
40 নং শাৰী:
==ভাৰতৰ ভাষা==
{{main|ভাৰতীয় ভাষা}}
 
==বৰ্ণ==
যি সঙ্কেতৰ দ্বাৰা একোটা ধ্বনি প্ৰকাশ কৰা যায়, তাকে বৰ্ণ বোলে। বৰ্ণৰ সমষ্টিয়েই বৰ্ণমালা। বৰ্ণ কৰ্ণেন্দ্ৰিয়বেদ্য। বৰ্ণৰ চাক্ষুষ ৰূপেই অক্ষৰ বা আখৰ। অৱশ্যে বৰ্ণ আৰু আখৰ দুয়োতাকে প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। বৰ্ণ ধ্বনিৰ একোটা গোট। বৰ্ণ উচ্চাৰণ নহয়। বৰ্ণৰ অন্তৰ্গত [[ধ্বনি (ব্যাকৰণ)|ধ্বনি]]বোৰহে উচ্চাৰণ হয়। বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত যাদৃচ্ছিক প্ৰতীকেই হ’ল [[ধ্বনি (ব্যাকৰণ)|ধ্বনি]]। বৰ্ণৰ চাক্ষুষ ৰূপেই হ’ল আখৰ।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/ভাষা"ৰ পৰা অনা হৈছে