জ্ঞানদা কাকতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox actress
| name = জ্ঞানদা কাকতি
| image = PUBERUNGyanada Kakati.pngjpg
| imagesize =200px
| caption = <small>পূবেৰুণ ছবিত মাৰ্গাৰেট এণ্ডাৰছনৰ সৈতে জ্ঞানদা কাকতি</small>
| caption = <small>২০১৩ চনত জ্ঞানদা কাকতি</small>
| birth_name = জ্ঞানদা দাস
| birth_date = ১৯৩২
Line 25 ⟶ 26:
 
==অভিনয় জীৱন==
[[File:PUBERUN.png|thumb|180px| caption = <small>পূবেৰুণ ছবিত মাৰ্গাৰেট এণ্ডাৰছনৰ সৈতে জ্ঞানদা কাকতি</small>]]
পিতৃ দেৱেন দাস এগৰাকী মঞ্চাভিনেতা হোৱা সূত্ৰে জ্ঞানদা কাকতিয়ে সৰুৰে পৰা এক অভিনয়ৰ পৰিৱেশ পাইছিল। দেৱেন দাসে শ্বিলঙৰ ''অসম ক্লাৱ'' নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্যোগত হোৱা নাটকত অভিনয় কৰিছিল। তেওঁ সৰু থাকোঁতে ''সতী বেউলা'' নামৰ নাটক এখনত আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰিছিল। এই নৃত্য দেখি [[বিষ্ণু ৰাভা]]ই তেওঁৰ প্ৰশংসা কৰিছিল। সেই সময়ত শ্বিলঙৰ প্ৰখ্যাত 'কামৰূপী নৃত্য সংঘ'ত জীৱেশ্বৰ গোস্বামীৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। কাকতিয়ে বিবাহৰ পিছতহে প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে। ১৯৪৮ চনত মুক্তি লাভ কৰা [[পাৰঘাট (চলচ্চিত্ৰ)|পাৰঘাট]] ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ প্ৰশংসা বোটলে। ইয়াৰ পিছত তেওঁ [[পিয়লি ফুকন (চলচ্চিত্ৰ)|পিয়লি ফুকন]], [[সৰাপাত (চলচ্চিত্ৰ)|সৰাপাত]], [[লখিমী]], [[ৰঙা পুলিচ]], [[পূবেৰুণ]], [[চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)|চাকনৈয়া]], [[প্ৰথম ৰাগিনী]], [[পুৱতি নিশাৰ সপোন]], [[নৰকাসুৰ (চলচ্চিত্ৰ)|নৰকাসুৰ]], [[ওপৰ মহলা]], [[শেষ বিচাৰ]], [[প্ৰিয়জন]], [[ৰাগ-বিৰাগ]] আদি জনপ্ৰিয় ছবিত অভিনয় কৰে। ইয়াৰে ১৯৫৯ চনৰ [[পূবেৰুণ]]ত কৰা অভিনয় দৰ্শকৰ মাজত জনপ্ৰিয় হয়। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ প্ৰদৰ্শিত হয়।<ref name="arun1">{{cite book | title=দাস, অৰুণলোচন (২০০১) , 'এবাৰ উভতি চাওঁ' , শিশুসাৰথি প্ৰকাশন, গুৱাহাটী। }}</ref> এই মহোৎৱত অংশগ্ৰহণ কৰি কাকতিয়ে কেৰী গ্ৰাণ্ট, ছ'ফিয়া লৰেন আদি হলীউদৰ শিল্পীক ঘনিষ্ঠভাৱে লগ পায়।<ref name="দৈনিক অসম" /> তেওঁ ''নীলাচলেৰ মহাপ্ৰভু'', ''গড়েৰ মাঠে'', ''বৰমা'' আদি বঙালী ছবিতো অভিনয় কৰে। বন্দীনী নামৰ হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ তেওঁ প্ৰত্যাখান কৰে।<ref name="দৈনিক অসম">{{cite news | url=http://www.assamtribune.com/scripts/spd.asp?id=2016/mar2716/BigPage16.jpg | title=জ্ঞানদা কাকতি | date=২৭ মাৰ্চ, ২০১৬ | agency=দৈনিক অসম | accessdate=22 April 2020 | author=কমল কুমাৰ ভাগৱতী}}</ref>
কাকতি [[আকাশবাণী গুৱাহাটী]] আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল। দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফোন ৰেকৰ্ডতো গীত বাণীবদ্ধ কৰিছে।