খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
|website =
}}
'''খগেন মহন্ত''' ({{lang-en|Khagen Mahanta}}, জন্ম: ১৭ আগষ্ট, ১৯৪২ - মৃত্যু: ১২ জুন, ২০১৪) [[অসম]]ৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছে।কৰিছিল। অসমৰ অন্যতম লোকসংগীত [[বিহু]]ৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা অন্যৱদ্য দক্ষতাৰ বাবে তেওঁক King of Bihu<ref name=vedanti>http://www.vedanti.com/Legends/khagen_mahanta.htm</ref> বা বিহু সম্ৰাট বুলি কোৱা হয়। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্ত সংগীত সাধনাত ব্ৰতী হৈছিল। তেওঁ বিহুগীতক জনপ্ৰিয় কৰাত অপ্ৰতিদ্বন্দ্বী ভূমিকা লৈছিল। লোকগীতৰ সম্ৰাটজন ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত।<ref name=" দৈনিক জনমভূমি ">{{cite journal | title= ৭২ত ভৰি দিলে বিহু সম্ৰাট, গণ শিল্পী খগেন মহন্তই | author= দেৱজিত শৰ্মা, গুৱাহাটী | journal=দৈনিক জনমভূমি, যোৰহাট | year= ১৮ আগষ্ট, ২০১৩ | month= (১ ভাদ, ১৯৩৫ শক) | pages= দহ পৃষ্ঠা}}</ref><ref name="ibnlive.in.">{{cite web | url=http://ibnlive.in.com/news/assams-popular-folk-singer-khagen-mahanta-dead/478642-3-251.html | title=Assam's popular folk singer Khagen Mahanta dead | publisher=ibnlive.in.com | date=Jun 12, 2014 | accessdate=12 জুন 2014 | author=Press Trust of India}}</ref>
 
==শৈশৱ ==
42 নং শাৰী:
==সংগীত জগতলৈ অৱদান==
[[File:Khagen & Archana.jpg|thumb|খগেন মহন্ত আৰু অৰ্চনা মহন্ত]]
১৯৬০ চনৰ [[অসমৰ ভাষা আন্দোলন]]ৰ সময়ত [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[হেমাঙ্গ বিশ্বাস]] আৰু [[যুগল দাস]]ৰ দ্বাৰা নিৰ্মাণ কৰা হাৰ্মনি দল (Harmony Group)-ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল।<ref name="no more" /><ref name=vedanti></ref> অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি, পাহাৰৰ জুৰিটি পিৰীতি সাৱটি, আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল। তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা [[লোকগীত]]ৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰিধৰাত একগুৰুত্বপূৰ্ণ মহত দায়িত্বভূমিকা পালন কৰি আহিছে। কলাগুৰুকৰিছিল। [[বিষ্ণুপ্ৰসাদ ৰাভা]]ই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এয়ে মোৰ শেষ গান গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজায়সজাই তুলিছিল।<ref name=dainik></ref>
 
===অনুষ্ঠান পৰিৱেশন===