মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
3 নং শাৰী:
আঘোন মাহৰ পূৰ্ণিমাৰ ৰাতি গাৱঁৰ ডেকা সবে ঘৰে ঘৰে হাতত টাঙোন লৈ মহোহো গীত গাই ফুৰাটোৱে ইয়াৰ মূল আকৰ্ষণ। মহোহো মাগিব (খুজিব/গাব) যোৱা গাৱঁৰ দলটিত এজন দলপতি থাকে | তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু লগে লগে বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰী গীত সমবেত হৈ গায় | শেষত গৄহস্থক আশীৰ্বাদ দি সামৰ্থ অনুযায়ী দিয়া চাউল/টকা লৈ দ্বিতীয় গৃহস্থলৈ যোৱাটো এটা পৰম্পৰা । লোকবিশ্বাস মতে এনেদৰে মহোহো গীত গাই গৃহস্থৰ ঘৰত [[মহ]] নিৰ্মুল কৰা হয় ।
 
==কেইটিমান প্রচলিতপ্ৰচলিত মহোহো গীত==
 
 
55 নং শাৰী:
আমাক লাগে টকা ।।
 
অ’ হৰি অ’ ৰাম ( গৄহস্থৰ কুশলার্থেকুশলাৰ্থে) (নলবাৰী অঞ্চলত প্ৰচলিত)
 
==তথ্যসূত্ৰ==
==তথ্যসূত্র==
<references />