কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
7 নং শাৰী:
 
== ইতিহাস ==
[[চিত্ৰ:Fur_traders_in_canada_1777.jpg|alt=Illustration of fur traders trading with an Indigenous person|thumb|[[Fur১৭৭৭ trade|Furচনত traders]],কানাডাত inইউৰোপীয় whatবণিকে isখিলঞ্জীয়া nowলোকৰ Canada,সৈতে tradingৰোম with(Fur) an Indigenousবেপাৰ personকৰাৰ inসময়ত 1777]]
কানাডাৰ খিলঞ্জীয়া লোকসকলক জীন যোৱা (assimilate) ৰ চেষ্টাৰ কাৰণ আছিল ইউৰোপীয়ান বিশ্ববীক্ষা (European worldviews) আৰু কলা-সংস্কৃতিক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজসিক উপনিবেশবাদ ( imperial colonialism)৷<ref name="TRCExec" />{{rp|47–50}} কানাডাৰ ’Truth and Reconciliation Commission of Canada's (TRC)’ প্ৰতিবেদন অনুসৰি এই প্ৰক্ৰিয়াৰ মূলতে আছিল উপনিবেশকাৰীৰ বৰ্ণবৈষম্যমূলক আৰু সাংস্কৃতিক উৎকৃষ্টতা (racial and cultural superiority)৷ ইউৰোপৰ পৰা আহি কানাডাত থিতাপি লোৱা এই লোকসকলে ধাৰণা কৰি লৈছিল যে তেওঁলোকে খিলঞ্জীয়া লোকসকলৰ মাজলৈ আধুনিক সভ্যতা কঢ়িয়াই আনিছে আৰু তেওঁলোকৰ এই প্ৰচেষ্টাৰ অবিহনে খিলঞ্জীয়া লোকসকল সভ্য হৈ নুঠে৷<ref name="TRCExec" />{{rp|50}}