২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
 
==ঘটনাৱলী==
* ১২০৬ - [[কুটুবউদ্দিন আইবাক]]ে লাহোৰ সিংহাসনত আৰোহণ কৰে।
* ১৯৮৩ - প্ৰখ্যাত অভিনেতা [[মহাদেৱী বৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।
* ১৯৮৫ - [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাব চুক্তি স্বাক্ষৰিত হয়।
* ২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা পাটিল|প্ৰতিভা দেৱী সিং পাটিলে]] শপত গ্ৰহণ কৰে।
* ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দা]] আৰু [[অৰুণা আছফ আলি]]লৈ (মৰণোত্তৰভাৱে) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
* ১৯৯৭ - সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমন মেগছেছে বঁটা]] ঘোষণা কৰা হয়।
* ২০০০ - সুব্বাৰামন বিজয়লক্ষ্মী গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা হয়।
* ২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা পাটিল|প্ৰতিভা দেৱী সিং পাটিলে]] শপত গ্ৰহণ কৰে।
 
==জন্ম==
"https://as.wikipedia.org/wiki/২৪_জুলাই"ৰ পৰা অনা হৈছে