৮ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
==মৃত্যু ==
* ২০০৬ - অসমীয়া সাহিত্য জগতৰ ‘‘মহাৰথী’’ [[সাহিত্য অকাডেমি বঁটা|সাহিত্য অকাডেমি]] বিজেতা [[চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া]]ই ইহলীলা সম্বৰণ কৰিছিল।
 
==অনান্য==
# ১৯৪২ চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা [[ভাৰত ত্যাগ আন্দোলন]] আৰম্ভ কৰা হৈছিল।
# ১৯৮৫ বৰ্ষৰ এই দিনটোতে ট্ৰম্বেত ভাৰতৰ সৰ্ববৃহৎ গৱেষণাকেন্দ্ৰ নিউক্লিয় ৰিয়েক্টৰ ‘ধ্ৰুৱ’ কাৰ্যক্ষম কৰা হৈছিল।
# ১৯৫৫ চনৰ এই দিনটোতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হয়। এই সন্মিলনত প্ৰায় ৭২খন দেশৰ ১,২০০ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।
# ১৮১৫ চনৰ এই দিনটোত [[ৱাৰ্টালু যুদ্ধ]]ত পৰাজিত আৰু বন্দী [[নেপোলিয়ন বোনাৰ্পাট]]ক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল।
# ১৯৭৭ চনৰ এই দিনটোতে অনিৰ্দিষ্ট কাললৈ ভাৰত চৰকাৰৰ অসামৰিক সন্মান [[ভাৰতৰত্ন]] আৰু [[পদ্ম সন্মান]] প্ৰদান বন্ধ কৰা হৈছিল।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৮_আগষ্ট"ৰ পৰা অনা হৈছে