ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
/* {{anchor|GUIDE|HOWTO|INTERNET|JARGON|NOTCASE|NOTHOWTO|NOT#JARGON|notjarg|NOTMANUAL}} ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞান...
109 নং শাৰী:
# '''বৈজ্ঞানিক আলোচনী বা গৱেষণা পত্ৰ।''' পঢ়ুৱৈজন বিষয়বস্তু সম্পৰ্কে ভালদৰে জ্ঞাত বুলি ভাবি প্ৰবন্ধ প্ৰস্তুত কৰা উচিত নহয় । প্ৰবন্ধৰ আৰম্ভণিৰ ভাষা সাধাৰণ পঢ়ুৱৈয়ে বুজি পোৱাকৈ সহজ-সৰল ভাষাত লিখা উচিত আৰু তাৰ পিছত বিতং বিৱৰণৰ ফালে অগ্ৰসৰ হোৱা উচিত । উচ্চস্তৰৰ পৰিভাষা আৰু তথ্য [[WP:LINK|ৱিকিসংযোগ]] হিছপে দিব লাগে ।
# '''বিদ্যায়তনিক ভাষা ।''' পাঠসমূহ সাধাৰণ পঢ়ুৱৈৰ বাবে লিখা উচিত, উচ্চ শিক্ষিতৰ বাবে নহয় । প্ৰবন্ধৰ শিৰোনামা যিমান পাৰি বিদ্যায়তনিক পৰিভাষা পৰিহাৰ কৰি [[ৱিকিপিডিয়া:নামাকৰণ ৰীতি (সাধাৰণ নাম)|সাধাৰণ ব্যৱহাৰ]] অনুসৰি হোৱা উচিত ।
# '''পৰিঘটনা/বিষয় অধ্যয়ন (case study)।''' অনেক ক্ষেত্রত বিভিন্ন কাৰক বা অন্য বিষয়ৰ লগত বিষয়বস্তূৰ সম্পৰ্ক দৰ্শাই প্রবন্ধ লিখা দেখা যায়। প্রসংগ অনুসৰি অনেক ক্ষেত্রত ই উপযোগী হ'ব পাৰে, যেনে "[[:en:Slate industry in Wales]]" আৰু "[[:en:Island Fox]]", কিন্তু '''"অসমৰ ৰয়েল বেংগল টাইগাৰ"''' বা '''"যোৰহাটৰ বিহু"''' -ৰ বিষয়ে প্রবন্ধ প্রাসংগিক নহবও পাৰে। তদুপৰি এনে প্রবন্ধ [[WP:POVFORK|POV fork]] বা [[WP:OR|মৌলিক গৱেষণা]] হোৱাৰহে সম্ভাবনা অধিক আৰু ৱিকিপিডিয়াৰ উপযুক্ত হ'ব নোৱাৰে।
 
 
<!--
 
# '''Case studies.''' Many topics are based on the relationship of ''factor X'' to ''factor Y'', resulting in one or more full articles. For example, this could refer to ''situation X'' in ''location Y'', or ''version X'' of ''item Y''. This is perfectly acceptable when the two variables put together represent some culturally significant phenomenon or some otherwise notable interest. Often, separate articles are needed for a subject within a range of different countries, due to substantial differences across international borders; articles such as "[[Slate industry in Wales]]" and "[[Island Fox]]" are fitting examples. Writing about "'''Oak trees in North Carolina'''" or a "'''Blue truck'''", however, would likely constitute a [[WP:POVFORK|POV fork]] or [[WP:OR|মৌলিক গৱেষণা]], and would certainly not result in an encyclopedic article.
 
 
-->
 
==={{anchor|CBALL|CRYSTAL|CRYSTALBALL}}ৱিকিপিডিয়া ভৱিষ্যতবাণী কৰা জাদুৰ বল নহয়===